• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত ১৪ মে’ৰ পৰা মুকলি হ’ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 25, 2018 10:12 pm
maxresdefault
3k
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতী সকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সম্পুৰ্ণ আত্মপ্ৰত্যয়েৰে অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ এক বিশেষ উদ্যোগ লৈছে মাজুলী জিলা প্ৰশাসনে।

মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ প্ৰচেষ্টাত জিলাখনৰ আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ বাবে মাজুলী মহাবিদ্যালয়ত অহা ১৪ মে’ৰ পৰা এটা ‘প্ৰাক-প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ’ মুকলি কৰা হ’ব ।

জিলা প্ৰশাসনৰ তত্বাৱধানত আৰু মাজুলী মহাবিদ্যালয়ৰ সহযোগত আৰম্ভ কৰিবলৈ লোৱা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কেন্দ্ৰটোৰ প্ৰথমটো প্ৰশিক্ষণ পৰ্বৰ বাবে ইতিমধ্যে উপায়ুক্তৰ নিৰীক্ষণত ৪০ দিনীয়া পাঠ্যক্ৰম সূচী যুগুতাই উলিওৱা হৈছে।

এই প্ৰশিক্ষণ কেন্দ্ৰ সমন্বয়কৰ দায়িত্বত থকা মাজুলীৰ সহকাৰী আয়ুক্ত অচ্যুত বৰুৱাই জানিবলৈ দিয়া মতে অহা ১৪ মে’ৰ পৰা আৰম্ভ কৰিবলৈ লোৱা প্ৰথমটো ৪৯ দিনীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ বাবে ইচ্ছুক জিলাখনৰ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।

এই আবেদন পত্ৰৰ নিৰ্দিষ্ট প্ৰতিলিপি অহা ২৯ এপ্ৰিলৰ পৰা গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালত উপলব্ধ হ’ব। মাজুলীৰ যুৱ প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰি তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধিত অৰিহনা যোগাবলৈ জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰইও পাঠদান কৰিব ।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd