• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

স্কটিছ ফুটবল ক্লাব মাডাৰৱেল এফ চিয়ে ধীৰাজক আগবঢ়ালে তিনি বছৰীয়া চুক্তিৰ প্ৰস্তাৱ  

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 9:14 am
17 years old Indian goalkeeper Dhiraj file picture

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৱিষ্যতৰ সন্ধানত স্কটলেণ্ডলৈ উৰা মৰা মণিপুৰ তথা দেশৰ এগৰাকী প্ৰতিভাৱান ফুটবল গ’লকীপাৰ ধীৰাজ সিং সম্পৰ্কত এটা ভাল খবৰ আহিছে। স্কটিছ লীগৰ প্ৰথম ডিভিজনৰ দল মাডাৰৱেল এফ চি য়ে ১৮ বছৰীয়া খেলুৱৈগৰাকীক আবঢ়াইছে তিনি বছৰীয়া চুক্তিৰ প্ৰস্তাৱ ।

‘এতিয়ালৈ কোনোধৰণৰ চুক্তি হোৱা নাই। এয়া কেৱল প্ৰস্তাৱহে। যদিহে ধীৰাজে ৱৰ্ক পাৰ্মিট পায় তেন্তে ক্লাৱটোৰ হৈ চুক্তিবদ্ধ হ’ব’, এইদৰে ধীৰাজ সিঙৰ নিকটতম সতীৰ্থ অনুজ কিছলুৱে জানিবলৈ দিয়ে।

Apply Now

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰি মাহতে স্কটলেণ্ডৰ মাডাৰৱেল ক্লাবলৈ অনুশীলনৰ বাবে যোৱা ধীৰাজে এতিয়া দলটোৰ সৈতে চুক্তিবদ্ধ হ’বলৈ অপেক্ষা কৰিব লাগিব জুন মাহলৈ। কিয়নো ব্ৰিটেইনত পেছাদাৰী খেলুৱৈ হ’বলৈ হ’লে ৱৰ্ক পাৰ্মিটৰ প্ৰয়োজন হয়, আৰু ইয়াৰ বাবে খেলুৱৈৰাকীৰ বয়স ১৮ বছৰ হোৱাৰ উপৰি অন্যান্য চৰ্তাৱলীৰ প্ৰয়োজন।

এই পাৰ্মিট পাবলৈ হ’লে খেলুৱৈগৰাকীয়ে কেতবোৰ চৰ্ত পূৰণ কৰিবলগীয়া হয়। খেলুৱৈগৰাকীয়ে প্ৰতিনিধিত্ব কৰা দেশখন ফিফা ৰেংকিঙৰ ৭০ নম্বৰ স্থানৰ কম হ’ব লাগিব আৰু দ্বিতীয়তে খেলুৱৈগৰাকীয়ে যোৱা দুটা বছৰত দেশে ভাগ লোৱা আন্তৰ্জাতিক খেলৰ কমেও ৭৫ শতাংশ খেলত ভাগ ল’ব লাগিব।

‘কিন্তু ধীৰাজ সিঙে ইয়াৰ এটাও চৰ্ত পূৰণ কৰা নাই। প্ৰথম পৰ্যায়ত ক্লাবটোৰ সৈতে চুক্তি হোৱাৰ আশা মাত্ৰ ১০ শতাংশহে। কিন্তু পৰৱৰ্তী চিজনৰ বাবে ৱৰ্ক পাৰ্মিট পোৱাৰ সম্ভাৱনা আছে’, এইদৰে উল্লেখ কৰে কিছলুৱে।

যি নহওক, বাস্তৱত ধীৰাজৰ বাবে ক্লাবটোৰ সৈতে চুক্তিবদ্ধ হোৱাটো কিছু অসম্ভৱ যেণ লাগিছে যদিও ক্লাব আৰু ধীৰাজ পক্ষই এই সম্পৰ্কত কিবা এটা সমধান সূত্ৰ উলিযাব পাৰিব বুলি ভাৰতৰ সকলো ফুটবল প্ৰেমী আশাবাদী।

উল্লেখ্য যে ১৭ অনুৰ্ধ ফুটবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ গ’লৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰা ধীৰাজে প্ৰতিযোগিতাখনত উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিছিল যাৰ পৰিণতিতে মাডাৰৱেল এফ চিৰ প্ৰশিক্ষকে ধীৰাজক এই বাচনি শিবিৰলৈ আমন্ত্ৰণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd