• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০৩০ চনৰ ভিতৰত সম্ভৱ হৈ উঠিব চন্দ্ৰত মানুহৰ বসতি! নাছাৰ বিজ্ঞানীৰ মন্তব্য

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 23, 2022 3:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰত হ’ব মানুহৰ বসতি! তাকো ২০৩০ চনৰ ভিতৰতে চন্দ্ৰত মানুহে বাস কৰিব পাৰিব। এনে আশাই কৰিছে নাছাৰ বিজ্ঞানীসকলে।অৰিয়ন মহাকাশযানৰ অন্যতম বিজ্ঞানী হাৱাৰ্ড হুৱে এই প্সমগতে কৈছে “২০৩০ চনৰ ভিতৰত মানুহে চন্দ্ৰত বাস কৰিবলৈ সক্ষম হ’ব। আমি চন্দ্ৰলৈ পুনৰ মানৱ প্ৰেৰণ কৰিবলৈ সক্ষম হম । তেওঁলোক তাতেই থাকি যাব। তাৰ পৰাই তেওঁলোকে বৈজ্ঞানিক গৱেষণা আদি সুন্দৰকৈ চলাব পাৰিব । ”

উল্লেখ্য প্ৰথম আৰু দ্বিতীয় প্ৰচেষ্টা বিফল হোৱাৰ পিছত নাছাই ১৬ নৱেম্বৰত পুনৰ ফ্লৰিডাৰ পৰা চন্দ্ৰলৈ উৎক্ষেপণ কৰিছিল আৰ্টেমিছ- ১ যান।প্ৰায় ৫০ বছৰ আগৰ ডুখৰীয়া ছবিবোৰ আকৌ বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিঠে। ৫০ বছৰ পূৰ্বে নাছাই চন্দ্ৰলৈ এপলো যান প্ৰেৰণ কৰি চলাইছিল প্ৰথমটো চন্দ্ৰ অভিযান। নাছাৰ এপলো যুগৰ কথা মানুহে প্ৰায় পাহৰি যোৱাৰ দৰেই হৈছে। এনে সময়তে নাছাই আন এগৰাকী গ্ৰীক দেৱীৰ চন্দ্ৰ অভিযানৰ পৰৱৰ্তী অভিযান ২৯ আগষ্টত আৰম্ভ কৰাৰ কথা আছিল।

Apply Now

গ্ৰীক দেৱীৰ নামৰে নামাংকিত আৰ্টেমিছ ১ যান খন সেই দিনা ভাৰতীয় সময় অনুসৰি প্ৰায় ৬ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল নাছাই। কিন্তু যান খনত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবে নাছাই নতুন মহাকাশযান উৎক্ষেপণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰ্টেমিছ ১ ক নাছাৰ ‘গভীৰ মহাকাশ অন্বেষণ’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হৈছে।

চন্দ্ৰৰ দক্ষিণ মেৰু নিৰীক্ষণ কৰাৰ পিছত যান খনে অহা বছৰ পৃথিৱীলৈ ঘূৰি আহিব। মহাকাশ বিজ্ঞানীসকলৰ এই অভিযানকলৈ এতিয়া বিশ্বজুৰি কৌতূহলৰ সৃষ্টি হৈছে।

‘আৰ্টেমিছ ১’ যান খন তিনিটা প্ৰণালীৰ ওপৰত আধাৰিত – ‘অৰিয়ন মহাকাশযান’, ‘মহাকাশ উৎক্ষেপণ প্ৰণালী ৰকেট’ আৰু ‘গ্ৰাউণ্ড চিষ্টেম’। এই অভিযানটো নাছাৰ গভীৰ মহাকাশ অন্বেষণ অভিযানৰ অংশ হিচাবে গ্ৰহণ কৰা হৈছে।

যদি এই অভিযান সফল হয় তেন্তে নাছাই ২০২৪ চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। ইয়াৰ বাবে মহাকাশচাৰী চন্দ্ৰলৈ যাবলগীয়া যানৰ আৰ্হিও তৈয়াৰ কৰা হৈছে। মহাকাশচাৰীসকলে বিশাল এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশযানৰ সহায়ত চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পৰা তেওঁলোকে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত স্পেচএক্সৰ হিউমেন লেণ্ডাৰ চিষ্টেম (এইচএলএছ)ৰ সহায়ত উপস্থিত হ’বলৈ সক্ষম হ’ব।

চন্দ্ৰৰ সেই স্থান সদায় বৰফেৰে আৱৰি থকা বুলি ধাৰণা কৰা হৈছে। চন্দ্ৰলৈ পুনৰ মানৱ অভিযানৰ প্ৰস্তুতি হিচাপে নাছাই আৰ্টেমিছ ১ যান খন চন্দ্ৰলৈ প্ৰেৰণ কৰিছে। নাছাৰ লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত নতুন প্ৰযুক্তিৰ পৰীক্ষামূলক ব্যৱহাৰ কৰা। এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশযানৰ প্ৰদৰ্শন চাই এই প্ৰযুক্তিটোৰ গ্ৰহণযোগ্যতাৰ বিষয়টো নিশ্চিত কৰা হ’ব। আৰ্টেমিছ ১ যান খনে পূৰ্বে চন্দ্ৰলৈ প্ৰেৰিত যিকোনো যানতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাৰ কথা।
৪২ দিনত যান খনে ৬০ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিব বুলি নাছাই প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd