• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰক্ষীৰ বিষয়া-জোৱানলৈ “অতি উৎকৃষ্ট সেৱা পদক” আৰু “উৎকৃষ্ট সেৱা” পদক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 23, 2022 5:46 pm
122
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ বহু কেইগৰাকী বিষয়া আৰু জোৱানলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ অতি উৎকৃষ্ট সেৱা পদক আৰু উৎকৃষ্ট সেৱা পদক। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ বহু বিষয়া-জোৱানক এনে পদক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পদক লাভ কৰা সকলৰ ভিতৰত আছে “অতি উৎকৃষ্ট সেৱা পদক” লাভ কৰা আৰক্ষী বিষয়াসকল হৈছে ক্ৰমে — আৰিগে য়াগনিক ভেঙ্কট কৃষ্ণা, আইপিএছ, আৰক্ষী সঞ্চালক প্ৰধান (চিআইডি), অসম, গুৱাহাটী,মুন্না পিডি গুপ্তা, আইপিএছ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এ, এম এল), অসম, গুৱাহাটী, হীৰেন চন্দ্ৰ নাথ, আই.পি.এছ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এছ.বি.), কাহিলীপাৰা, গুৱাহাটী, ইমদাদুল হুছেইন বৰচ, আইপিএছ, উপ আৰক্ষী মহাপৰিদৰ্শক (এছ), অসম, কাহিলীপাৰা, গুৱাহাটী,

ইনস্পেক্টৰ (এবি) হিলালুদ্দিন আহমেদ, পিটিচি, দেৰগাঁও, গোলাঘাট,ইনস্পেক্টৰ (ইউবি) শ্যাম কৰ্মকাৰ, তিনিচুকীয়া ডিইএফ, ইনস্পেক্টৰ(এবি) মনোজ কে.আৰ. গয়াৰী, সপ্তম এ.পি.বি.এন., চৰাইখোলা, (এছএবি) বুলেন হাজৰিকা, পিটিচি, দেৰগাঁও, গোলাঘাট,|(এছ.এ.ভি.বি.) নকুল শইকীয়া , অকদশ এ.পি.বি.এন., দেৰগাওঁ,| এছআই (এল৩) কমলেশ্বৰ পাণ্ডে, চিআইডি , গুৱাহাটী,এছআই(এবি) গুণেশ্বৰ কলিতা, আৰক্ষী আয়ুক্ত , গুৱাহাটী মণ্ডল,(এছ.ইউ.আৰ.টি.) পবিন চন্দ্ৰ দাস, এ.পি.আৰ.ও. টি.আৰ.জি. স্কুল, গুৱাহাটী,এছআই(ইউবি) মুকুতাৰ ৰহমান, দৰং ,এছ.আই. জিতভ মোহন, দ্বিতীয় এ.পি.টি.এফ. বি.এন., লামডিং,এছ.এ.ভি.বি.) ৰবীন্দ্ৰ পি.ডি. ৰয়, সপ্তম এ.পি.বি.এন., চৰাইখোলা,(চিএইচবি) লৰেন্স বসুমতাৰী, এপিটিএফ ,(এছ.কে.ইউ.বি.) ধনুক চন্দ্ৰ বৰ্মন, কামৰূপ ডি.ই.

(এছ.এ.বি.), দশৰথ নাথ, দ্বিতীয় এ.পি.টি.এফ. বি.এন., লামডিং,(এছএবি) বালুৰাম চৌদাং, পিটিচি, দেৰগাওঁ,(এছ.এ.বি.) বিবেকানন্দ শৰ্মা, ২৪ (এইচ এ.পি.চি.আৰ.)বি.এন., চৰাইমাৰী,এ.এছ.কে.ইউ.বি.) বিষ্ণু পি.ডি. চেট্ৰি, চি.আই.ডি. অৰ্গন, গুৱাহাটী,এএছভিচিআই কুশল ডেকা, তৃতীয় এপিটিএফ ,এএছআই (ইউবি) পবিতা ফুকন, (এবি) পদ্মেশ্বৰ বৰা, এপিটিচি, দেৰগাঁও,হাবিলদাৰ(এবি) জগত বৰদলৈ, পিটিচি, দেৰগাঁও,(এবি) টি. আটাম বাপু শৰ্মা, ১৬ এপি(আইআৰ)বিএন, হাবিলদাৰ দ্বিজেন কলিতা, চতুৰ্থ এপিটিএফ বিএন হাউলী,(এবি) তৰুণ তালুকদাৰ, চতুৰ্থ এপিবিএন, কাহিলিপাৰা,(এবি) ৰঞ্জিত তাতুকদাৰ, চতুৰ্থ এপিটিএফ বিএন, হাউলী,এইচচি (ইউবি) হিতেশ বৰ্মন, চিআইডি অৰ্গন, গুৱাহাটী, (এবি)খুৰচিদ খান, ষষ্ঠ এপিবিএ, (ইউবি) অৰ্জুন কুমাৰ ঠাকুৰ, কাৰ্বি-আংলং ডিইএফ,(এবি) অজয় হোজাই, পিটিচি,দেৰগাঁও,(এবি) ৰতন থাউচেন, এপিবিএন, দেৰগাঁও,কনিষ্টবল (এবি) মদন সোণাৰ, তৃতীয় এপিটিএফ ,কনিষ্টবল (এবি) ৰাভাই তুৰি, চতুৰ্থ এপিটিএফ , হাউলী,এবিচি চন্দ্ৰেশ্বৰ ব্ৰহ্ম, সপ্তম এপিবিএন, চৰাইখোলা,এবিচি অজিত খাকলাৰী, চাৰিদেউ ডিইএফ,এবিচি জেহিৰুদ্দিন আহমেদ, পিটিচি, দেৰগাঁও,এবিচি অজিত কুমাৰ বৰা , তৃতীয় এ.পি.বি.এন., তিতাবৰ,ডি/চিএন জিতেন ডেকা, ডাৰং ডিইএফ,ইউবিচি মোহেশ্বৰ সোণোৱাল, শদিয়া ডিইএফ,কনিষ্টবল গদাধৰ ৰয়, চতুৰ্থ এপিটিএফ বিএন, হাউলী,চি/এন(এবি) সুনীল গোহাঁই, তিনিচুকীয়া ডিইএফ,এবিচি সঞ্জীৱ বুৰাগোহাঁই, ইষ্ট এপিবিএন (শদিয়া ডিএছবিত ডেপুটেচন),ইউবিচি নুৰুল আমিন বৰভূঞা,কৰিমগঞ্জ,এবিচি ফৰিদ আলী, ডিইএফ,ইউবিচি দণ্ডধৰ ব্ৰহ্ম, বাক্সা ডিইএফ,ডি/চিএন পুণ্যধৰ গগৈ, ১৬ এপি (আইআৰ)বিএন, ডি/চিএন সুভাষ শইকীয়া, ১৬ এপি (আইআৰ)বিএন, ,এবিচি প্ৰমোদ মহন্ত, কাৰ্বি-আংলং ডিইএফ,এবিচি মাখন ফুকন, এবিচি পুতুকন কলিতা, ডিইএফ,ইউবিচি জামাল উদ্দিন লস্কৰ, কাছাৰ ডিইএফ,ইউবিচি-ফাইজুল হক, কৰিমগঞ্জ.ইউবিচি গৌতম ফুকন, ডিএছবি, গাঁও ডিইএফ।

“উৎকৃষ্ট সেৱা” পদক লাভ কৰাসকল হৈছে—মুছলেহ উদ্দিন আহমেদ, এপিএছ, এপি (আইআৰ)বিএন, লিকাবালি, দেৱাশীষ শৰ্মা, এ.পি.এছ., অধ্যক্ষ, পি.টি.চি., দেৰগাঁও, লংনিট তেৰং, এপিএছ, সহকাৰী ইনস্পেকেটৰ’ ‘জেনেৰেল অফ পুলিচ (এল এণ্ড অ), অসম, জয়ন্ত সাৰথি বৰা, এপিএছ, সহায়ক, অসমত আৰক্ষী মহাপৰিদৰ্শক (এপি),গুৱাহাটী,এলএনকে ৰাজেন্দ্ৰ মেধি, প্ৰথম এপিটিএফ বিএন, ইউবিচি প্ৰশান্ত সোণোৱাল, শদিয়া ডিইএফ,ডব্লিউপিচি (ইউবি) জুনমণি তামুলী, তিনিচুকীয়া ডিইএফ,ইউবিচি নৰকান্ত ৰভা, চিআইডি , গুৱাহাটী,ইউবিচি বাহাৰুল ইছলাম, ইউবিচি তিলক চি ৰাভা, বাক্সা ডিইএফ,ইউবিচি মোস্তফা আলী, বৰ্ডাৰ , শদিয়া ডিইএফ,কনিষ্টবল (এবি) ৰঞ্জিত কে.আৰ. বড়ো, ১৩ এ.পি.বি.এন, লীলাবাৰী,চি/এন(এবি)বিটুমনি গগৈ, তৃতীয় এপিটিএফ ,এবিচি গিৰীশ বৰা, দ্বাদশ এপিবিএন, জামুগুৰিহাট,এবিচি জয়ন্ত কুমাৰ ৰয়, ২৬ এ.পি.(আই.আৰ.)বি.এন., দক্ষিণ শালমাৰা,ইউবিচি তানুক চন্দ্ৰ দাস, কামৰূপ ডিইএফ,ইউবিচি জহুৰুল ইছলাম, কাছাৰ ডিইএফ,চি/এন সঞ্জীৱ দাস, দেৰগাঁও,চি/এন শ্ৰীমন্ত দাস, দেৰগাঁও,ইউবিচি কামৰুল হক, কৰিমগঞ্জ,এবিচি-এছ বন্ধুৰাম বসুমতাৰী, কাৰ্বি-আংলং ডিইএফ,এবিচি জীৱন বসুমতাৰী, চিৰাং ডিইএফ,চি/এন(এবি) ভবেন্দ্ৰ শইকীয়া, পিটিচি, দেৰগাঁও,ইউবিচি মজিবুৰ ৰহমান, চিআইডি , গুৱাহাটী,এবিচিঅজয় তাঁতী, কাৰ্বি-আংলং ডিইএফ,ডব্লিউপিচি বন্তি দাস, ১১ এপিবিএন, দেৰগাওঁ,ইউবিচি মুনিন্দ্ৰ কলিতা, কামৰূপ ডিইএফ,ডি/কনিষ্টবল (এবি) জেহিৰুদ্দিন আহমেদ, পিটিচি, দেৰগাঁও,কনিষ্টবল (ইউবি) বুলন গোহাঁই, তিনিচুকীয়া,ডিইএফ,কনিষ্টবল (এবি) বাবলু শইকীয়া, তিনিচুকীয়া ডিইএফ,কনিষ্টবল (এবি) প্ৰবীণ গগৈ, পিটিচি দেৰগাঁও।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd