• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

COP27 কি, আৰু ই ইমান গুৰুত্বপূৰ্ণ কিয়?

ডা৹ ৰাহুল মহন্ত by ডা৹ ৰাহুল মহন্ত
November 24, 2022 1:36 pm
COP27
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ (চি অ’ পি) পক্ষসমূহৰ সন্মিলন (ইউ.এন.এফ.চি.চি.) হৈছে চি অ’ পি( COP – Conference of Parties)। চি অ’ পি বুলি জনাজাত এই সন্মিলনে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ ৰূপায়ণ, নিৰীক্ষণ আৰু পৰ্যালোচনা কৰাৰ বাবে দায়বদ্ধ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াত ফ্ৰেমৱৰ্ক কনভেনচনত স্বাক্ষৰ কৰা ১৯৭ খন ৰাষ্ট্ৰ আৰু ভূখণ্ডক একত্ৰিত কৰা হৈছে— যাক পক্ষ(Parties) বুলি কোৱা হয়।

চি অ’ পি ১৯৯৫ চনৰ পৰা বছৰি বৈঠকত মিলিত হৈ আহিছে। ২০১৫ চনৰ ডিখচেম্বৰ মাহত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা চি অ’ পিৰ ২১ সংখ্যক অধিবেশনৰ ঐতিহাসিক ফলাফলেই হৈছে— প্ৰথম আন্তঃৰাষ্ট্ৰীয় জলবায়ু চুক্তি।

Apply Now

পেৰিছ চুক্তিখনে প্ৰাক-ঔদ্যোগিক স্তৰৰ ওপৰত বিশ্বৰ গড় উষ্ণতা ২° চেলছিয়াছ (৩.৬° ফাৰেনহাইট) তলত নিয়ন্ত্ৰণ কৰি ৰখা আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্রাস কৰাৰ বাবে সন্মিলনৰ পক্ষসমূহক সংগঠিত কৰে। অৱশ্যে, এইটো এটা প্ৰত্যাহ্বানমূলক লক্ষ্য।

২০১৩-২০১৪ চনত প্ৰকাশিত আন্তঃৰাষ্ট্ৰায় জলবায়ু পৰিৱৰ্তনৰ পেনেলৰ (আইপিচিচি) পঞ্চম মূল্যায়ন প্ৰতিবেদন (AR5)ত উল্লেখ কৰা হৈছে যে ১৮৮০ চনৰ পৰা ২০১২ চনৰ ভিতৰত ইতিমধ্যে বিশ্বৰ গড় উষ্ণতা .৮৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে, আৰু যোৱা তিনিটা দশকত ১৮৫০ চনৰ পৰা আন যিকোনো দশকতকৈ ক্ৰমাগতভাৱে উষ্ণতা বৃদ্ধি পাই আহিছে।

উষ্ণতা বৃদ্ধিৰ ধাৰা, ষিটো অব্যাহত থাকিব বুলি আশা কৰা হৈছে, ইয়াক ২° বৃদ্ধি তলত কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি সেই বিষয়েও চি অ’ পি-এ আলোকপাত কৰে। কিন্তু বহুতে যুক্তি আগবঢ়ায় যে ২° সীমা যথেষ্ট অভিলাষী নহয়। ইমানখিনি উষ্ণতা বৃদ্ধি পৰিণতি বিশ্বব্যাপী বিপজ্জনক হ’ব। সেয়ে এই চুক্তিখনে অংশগ্ৰহণকাৰী পক্ষসমূহক ১.৫° বৃদ্ধিৰ তলত নিয়ন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰে।

পেৰিছ চুক্তি অনুসৰি প্ৰতিটো পক্ষই সেউজ গৃহ গেছৰ নিৰ্গমন হ্রাস কৰাৰ বাবে ইউএনএফচিচিচিৰ লক্ষ্য মানি চলি চি অ’ পিৰ লক্ষ্যৰ সাকাৰ কৰিবলৈ ৰাষ্ট্ৰীয়ভাৱে নিজা সংকল্প আৰু পৰিকল্পনা গ্ৰহণ আৰু ইয়াক প্ৰকাশো কৰিব লাগিব। আৰু প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে তেওঁলোকৰ এই অগ্ৰগতিৰ পৰ্যালোচনা আৰু মূল্যায়ন কৰা হ’ব।

(লেখক ডা৹ ৰাহুল মহন্ত কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক; সঞ্চালক, আই চি আৰ চি (আন্ত:শাখা জলবায়ু গৱেষণা কেন্দ্ৰ। লেখকৰ ফোন: ৯৮৫৪০৭৬৮১৯)

ডা৹ ৰাহুল মহন্ত

ডা৹ ৰাহুল মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd