• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-মেঘালয় সীমান্তৰ মুক্ৰৰ দুৰ্ভাগ্যজনক ঘটনাৰ উচিত অনুসন্ধানৰ দাবী অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2022 2:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”দুদিন আগতে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত হোৱা সীমা বিবাদত ছজন লোকৰ মৃত্যু হোৱা ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু নিন্দনীয়।এতিয়া তাক লৈ নানাধৰণৰ জল্পনা -কল্পনা  আৰু পৰ্যালোচনা  আৰম্ভ হৈছে।কিন্তু যি ছজন লোকৰ এই ঘটনাত প্ৰাণ গ’ল তেওঁলোক আৰু কেতিয়াও উভতি নাহে। তেওঁলোকৰ পৰিয়ালৰ বাবে এই ক্ষতি অপূৰণীয়।কোনো সান্ত্বনাই তেওঁলোকৰ অভাৱ পূৰণ কৰিব নোৱাৰে।”

অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে প্ৰেৰণ কৰা এক বিবৃতিত এইদৰে কয়।

বিবৃতিটোত কোৱা হৈছে, ‘’একেখন দেশৰ ভিতৰৰ মানুহ এনেকৈ সীমা বিবাদত মৰিবলগা হোৱাটো  কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুখনৰ বাবে এক চৰম ব্যৰ্থতা।ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ সীমামূৰীয়া ঠাইবোৰত  পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে। তৃণমূল পৰ্যায়ত সীমা বিবাদে যদি এনে ৰক্তাক্ত ৰূপ লয়, তেন্তে চাৰিওফালে প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ লগত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ যোগেদি সীমা বিবাদ নিষ্পত্তি কৰা হ’ল বুলি যে কেইদিনমান আগতে ঘোষণা কৰিছিল সেইটো কি আছিল? শীৰ্ষ নেতৃত্বৰ মাজত হোৱা আন্তঃৰাজ্যিক সীমা বিবাদৰ মীমাংসাই যদি বিবদমান অঞ্চলৰ সাধাৰণ ৰাইজক ঢুকি নাপায় তেনেহ’লে সেইটো কি ধৰণৰ মীমাংসা হ’ল? নে এইবোৰ কেৱল ৰাজনৈতিক স্বাৰ্থত কৰা প্ৰচাৰৰ কুচকাৱাজ ?’’

Apply Now

‘’আমি বিচাৰোঁ, এই সীমা সংঘৰ্ষত মৃত্যুবৰণ কৰা লোক সকলৰ নিকট আত্মীয় সকললৈ খৰতকীয়াকৈ উপযুক্ত আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰা হওক আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা লওক। আমি বিশ্বাস কৰোঁ দুয়োখন ৰাজ্যৰ সাধাৰণ ৰাইজক আস্থাত নোলোৱাকৈ সীমা বিবাদৰ স্থায়ী সমাধান অসম্ভৱ। তাৰবাবে কেন্দ্ৰীয় চৰকাৰ আৰু দুয়োখন ৰাজ্য চৰকাৰ আগ্ৰহী হ’ব লাগিব,’’- বিবৃতিটোত নাগৰিক সমাজে কয়।

নাগৰিক সমাজে বিবৃতিটোত ঘটনাৰ প্ৰকৃত অনুসন্ধান দাবী কৰি কয়, ‘’এইটো সকলোৱে জনা কথা যে সকলো ঠাইৰে সীমান্ত অঞ্চল নানা ধৰণৰ দুষ্কাৰ্যৰ ঘাটি।সেয়ে চোৰাং কাঠৰ ব্যৱসায়ৰ কথাটো একো আচৰিত কথাও নহয়।কিন্তু এনে দুষ্কাৰ্যৰ লগত দুয়ো ফালৰ স্থানীয় প্ৰশাসন বা ৰাজনৈতিক দালালবোৰ যে জড়িত নহয় তাকো আমি ন দি ক’ব নোৱাৰোঁ। এতিয়া এজন মুখ্যমন্ত্ৰীয়ে কৈছে এইটো সীমা বিবাদ নহয়।আনজনে কৈছে হয়। আমি কাৰ কথা শুনিম, কাৰ কথা নুশুনিম? সেই বাবেই এনেবোৰ ঘটনা সম্পৰ্কে বাতৰি পৰিবেশন কৰোঁতে উগ্ৰ আবেগ বৰ্জন কৰা উচিত।কিন্তু, আমি বিচাৰোঁ কাৰ প্ৰৰোচনাত বা কাৰ ব্যৰ্থতাত এনে দুখজনক ঘটনা এটা ঘটিল তাৰ উচিত অনুসন্ধান হওক।দোষীয়ে শাস্তি পাওক।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd