• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! চীনত এদিনতে কোভিডত আক্ৰান্ত ৩১ হাজাৰ; বেছিভাগেই উপসৰ্গহীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2022 6:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনাভাইৰাছ সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। বৰঞ্চ চীনত কোভিডৰ ঘটনাই পুনৰ ভাবুকিৰ সৃষ্টি কৰিছে। বৰ্তমানৰ দৈনিক সংক্ৰমণে মহামাৰীৰ আৰম্ভণিৰ সময়ৰ সংক্ৰমণৰ ৰেকৰ্ড স্পৰ্শ কৰিছে। বুধবাৰে দেশখনত ৩০ হাজাৰৰো অধিক লোক কৰোনা সংক্ৰমিত হৈছিল। দেশখন লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সময়তে নতুন সংক্ৰমণ বৃদ্ধিৰ বিষয়টোত উদ্বেগ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে প্ৰকাশিত পৰিসংখ্যাই পুনৰ উদ্বেগ বৃদ্ধি পাইছে। কিয়নো বুধবাৰে চীনত মুঠ ৩১,৪৫৪ জন লোক কোভিড-১৯ আক্ৰান্ত বুলি ধৰা পৰিছিল। তেওঁলোকৰ বেছিভাগেই উপসৰ্গহীন। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যুৰোৰ মতে, ইয়াৰ ভিতৰত ২৭,৫১৭ জন ৰোগীৰ কৰোনাৰ কোনো লক্ষণ নাছিল।

লগতে পঢ়ক: বিমানৰ পিছত এইবাৰ বটলৰ পানী! টাটাই ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী

Apply Now

ইয়াৰ পূৰ্বে, এই বছৰৰ এপ্ৰিল মাহৰ মাজভাগত কৰোনাৰ  দৈনিক সংক্ৰমণ ২৯,৩৯০ লৈ বৃদ্ধি হৈছিল। তাৰপিছত এই প্ৰথমবাৰৰ বাবে দৈনিক সংক্ৰমণ ইমান বৃদ্ধি পাইছে।

চীনৰ মুঠ জনসংখ্যা ১৪০ কোটিতকৈও অধিক। ইয়াৰ তুলনাত বহুলোকে ভাবে যে দৈনিক সংক্ৰমণ বৰ ভয়ানক নহয়। কিন্তু দেশৰ বহু ঠাইত মহামাৰীৰ ওপৰত এতিয়াও কঠোৰ প্ৰতিবন্ধকতা আছে। বেইজিঙতো কঠোৰ নিষেধাজ্ঞা আছে। সেয়েহে, এদিনত ৩০ হাজাৰৰো অধিক লোকৰ সংক্ৰমণৰ ফলত সাধাৰণ লোকসকলে কামকাজ পুনৰ বন্ধ হ’ব পাৰে বুলি শংকাত ভুগি আছে।

কৰোনা সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা মহামাৰীৰ পৰিস্থিতিয়ে তিনি বছৰৰ ম্যাদ সম্পূৰ্ণ কৰিবলৈ গৈ আছে। ইয়াৰ পাছতো চীনৰ নাগৰিকসকল লকডাউন আৰু নিভৃতবাস উঠাই নোলোৱাৰ বাবে হতাশ হৈ পৰিছে। ফলস্বৰূপে, ঠাই বিশেষে প্ৰতিবাদ আৰু বিক্ষোভ আৰম্ভ হৈছে। যদি এয়া অব্যাহত থাকে সকলোৱে আশংকা কৰে যে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ উৎপাদন ক্ষমতা পুনৰ ধ্বংস হ’ব পাৰে।

লগতে পঢ়ক: অসমলৈ প্ৰব্ৰজনৰ শংকা! মিজোৰামত কুকি-চিন বাংলাদেশী শৰণাৰ্থী; কেন্দ্ৰীয় চৰকাৰ নীতি কি?

এই শংকা একেবাৰে ভিত্তিহীন নহয় বুলি ইংগিতত পোৱা গৈছে। দীঘলীয়া নিষেধাজ্ঞাৰ বাবে উৎপাদনৰ বাবে বেইজিঙৰ ওপৰত নিৰ্ভৰশীল বহুতো আন্তঃৰাষ্ট্ৰীয় কোম্পানী চীনৰ পৰা আঁতৰি গৈছে। যাৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে দেশখন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd