• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬ টা বলত ৭ টা ছয়! ইতিহাস গঢ়িলে ৰুতুৰাজে; দুৰ্যোগ নামিল কোন বলাৰৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2022 4:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ruturaj Gaikwad scripts history smashes 7 sixes আহমেদাবাদৰ মোটেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়াম বি গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে বিজয় হাজাৰে ট্ৰফীৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল। মহাৰাষ্ট্ৰ বনাম উত্তৰ প্ৰদেশ সোমবাৰে পুৱা মুখামুখি হয়। মটেৰাত টছত পৰাজিত হোৱাৰ পিছত মহাৰাষ্ট্ৰই প্ৰথমে বেটিং কৰে আৰু নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ৩৩০ ৰাণ সংগ্ৰহ কৰে।

অপেনাৰ ৰুতুৰাজ গায়কোৱাডে মহাৰাষ্ট্ৰৰ বাবে বিশ্ব অভিলেখ গঢ়ে। চেন্নাই চুপাৰ কিংছৰ বেটছমেনজনে ১৫৯ টা বলত অপৰাজিত ২২০ ৰাণ সংগ্ৰহ কৰে। এইটো নক’লেও হ’ব যে ৰুতুৰাজে মটেৰাত আজিৰ দিনটোত এক আক্ৰমণাত্মক মেজাজত বেটিং কৰিছিল। তেওঁৰ বেটে সকলো দেখুৱাইছে। অৱশ্যে ৰুতুৰাজে আজিৰ দিনটোত যি কৰিলে, সেয়া বিশ্বৰ কোনো বেটছমেনে লিষ্ট এ ক্ৰিকেটত আগতে কৰিব পৰা নাই।

ৰুতুৰাজে তেওঁৰ লিষ্ট-এ কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক ১০ টা চাৰি আৰু ১৬ টা ছয়েৰে স্মৰণীয় কৰি তুলিছে। এই ১৬ টা ছয়ৰ ভিতৰত ৰুতুৰাজে শেষ অভাৰত ৭টা ছয় মাৰে। ইনিংছৰ ৪৯ তম অভাৰত ৰুতুৰাজে এক বিধ্বংসী মেজাজত বেটিং কৰে। ৰুতুৰাজে উত্তৰ প্ৰদেশৰ বাওঁহাতীয়া স্পিনাৰ শিৱ সিঙক লক্ষ্য কৰি লয়। শিৱই তেওঁৰ অভাৰত এটা নো-বল কৰাৰ বাবে মুঠ সাতটা বল দিয়ে। আৰু এই সাতটা ডেলিভাৰী ৰুতুৰাজে অভাৰ বাউণ্ডেৰীলৈ ৰূপান্তৰিত কৰে।

Apply Now

ইয়াৰ পূৰ্বে কোনো বেটছমেনে এটা অভাৰত সাতটা ছয় মাৰিব পৰা নাছিল। ক্ৰিকেট ইতিহাসত ছাৰ গাৰফিল্ড ছোবৰ্ছ, ৰবি শাস্ত্ৰী, হাৰ্চেল গিবছ, যুৱৰাজ সিং, ৰোজ হুইটলী, হজৰতুল্লাজাই, লিঅ কাৰ্টাৰ, কাইৰন প’লাৰ্ড আৰু থিচাৰা পেৰেৰা সকলোৱে ছয়টা বলত ছয়টা ছয় মাৰিছে। কাৰো বেটৰ পৰা অহা নাছিল ৭টা ছয় । শেষ অভাৰত মহাৰাষ্ট্ৰৰ স্ক’ৰবোৰ্ডত ৪৩ ৰাণ যোগ হৈছিল!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd