• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫৮ বৰ্ষীয় ব্যক্তিৰ পেটত ওলাল ১৮৭টা মুদ্ৰা! হতভম্ব চিকিৎসকো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 3:13 pm
Doctors remove 187 coins from man’s stomach
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৮ বৰ্ষীয় এগৰাকী সাধাৰণ ব্যক্তি। অস্বাভাৱিক হাৰত ব্যক্তিগৰাকীৰ পেট ফুলি উঠা দেখি পৰিয়ালৰ লোকে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যায়। অসহ্য বিষত ধৰফৰাই থকা ব্যক্তিগৰাকীক চিকিৎসকে পৰীক্ষা কৰাৰ সময়তে পেটত বহু ধাতুৰ উপস্থিতি ধৰা পেলায়।

এই অকল্পনীয় অৱস্থিতি ধৰা পেলোৱাৰ পিছত চিকিৎসকে অৱশেষত ব্যক্তিগৰাকীৰ অপাৰেচন কৰি পেটৰ পৰা মুঠ ১৮৭ টা মুদ্ৰা উলিয়াই আনে। এই আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে কৰ্ণাটকত।

Apply Now

ৰাজ্যখনৰ বাগালকোটেৰ এইচ এছ কে হাস্পতালৰ চিকিৎসকে দ্যামাপ্পা হৰিজন নামৰ ব্যক্তিজনৰ পেটৰ পৰা এই ১৮৭ টা মুদ্ৰা উলিয়াই অনাৰ পিছত হতভম্ব হৈ পৰিছে।

জানিব পৰা মতে দ্যামাপ্পা স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত আছিল। চিকিৎসকে প্ৰথমে এক্স-ৰে কৰি দ্যামাপ্পাই গিলি পেলোৱা মুদ্ৰাসমূহ ধৰা পেলায়। পুনৰ নিশ্চিত কৰিবলৈ চিকিৎসকে এণ্ড’স্কপি কৰে।

এণ্ড’স্কপিৰ জৰিয়তে সম্পূৰ্ণ নিশ্চিত হোৱাৰ পিছত চিকিৎসকে গেষ্ট্ৰ’টমীৰ অস্ত্ৰোপচাৰ কৰি তেওঁৰ পেটৰ পৰা এই বৃহৎ সংখ্যক মুদ্ৰা বাহিৰলৈ উলিয়াই আনে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অস্ত্ৰোপচাৰ বিশেষজ্ঞ ঈশ্বৰ কালবুৰ্গীয়ে কয়, ‘এয়া এক প্ৰত্যাহ্বানজনক পৰিস্থিতি আছিল। পেটটো বেলুনৰ দৰে হৈ পৰিছিল আৰু পেটত এটকা, দুটকা আৰু পাঁচ টকীয়া মুঠ ১.২ কিলোগ্ৰাম মুদ্ৰাৰে ভৰি আছিল।”

অপাৰেচনৰ পিছত চিকিৎসকে জানিবলৈ দিয়া মতে দ্যামাপ্পাই ৫৬ টা পাঁচটকীয়া মুদ্ৰা, ৫১ টা দুটকীয়া মুদ্ৰা আৰু ৮০ টা একটকীয়া মুদ্ৰা গিলি পেলাইছিল।

দ্যামপ্পাই এনেদৰে মুদ্ৰা গিলি পেলোৱাৰ বিষয়ে তেওঁৰ পৰিয়াল জ্ঞাত নাছিল। পেটৰ বিষ আৰু বমি হোৱাৰ ফলত চিকিৎসালয়লৈ নিয়াৰ পিছতহে তেওঁলোকে এই বিষয়ে জানিব পাৰিছিল।

দ্যামাপ্পাৰ পুত্ৰ ৰবিকুমাৰৰ ভাষ্য মতে দ্যামাপ্পা মানসিকভাৱে অসুস্থ আছিল যদিও প্ৰতিদিনে নিজৰ ৰুটিন কাম কৰিছিল। এনেদৰে মুদ্ৰাবোৰ গিলি পেলোৱাৰ কথা তেওঁ পৰিয়ালৰ কোনো সদস্যকে জনোৱা নাছিল।

“কিছুদিন পূৰ্বে অস্বাভাৱিক ধৰণে তেওঁৰ পেট ফুলি যোৱাৰ লগতে বিষ আৰু বমি হোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যাওঁ আৰু স্কেনৰ পিছতহে আমি এই বিষয়ে জানিব পাৰোঁ।”— ৰবিকুমাৰে লগতে কয়।

ইফালে বহুদিন ধৰি তীব্ৰ যন্ত্ৰণাত ভূগি থকা দ্যামাপ্পা অপাৰেচনৰ পিছত এতিয়া সুস্থ অৱস্থাত আছে বুলিও ৰবিকুমাৰে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd