• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2022 2:01 pm
Meme on Amit Shah
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমাচল প্ৰদেশত কেৱল ভোটাৰৰ বিজেপি বিৰোধী ভোটতে নহয়, নেটিজেনৰ ৰগৰৰ বানতো ভাঁহি গৈছে বিজেপি। গুজৰাটত বৃহৎ জয়ৰ বিপৰীতে হিমাচলত মাত্ৰ ২৫ খন আসনেৰে ক্ষমতাচ্যুত হয় বিজেপি। দলটোৰ আগ্ৰাসী ‘অপাৰেচন লটাছ’ সৰ্বজনবিদিত। দেশৰ ৰাজনীতিত ধনবলৰ এই আগ্ৰাসী ৰাজনৈতিক প্ৰথাৰে বিজেপিয়ে ইতিমধ্যে বাগৰাইছে কেইবাখনো প্ৰদেশ চৰকাৰ।

হিন্দুত্ববাদ, দেশপ্ৰেমৰ ঢৌ, আনকি মোডী যাদুৰ পিছতো হিমাচলত ক্ষমতা হেৰুওৱা বিজেপিয়ে এইবাৰ ৰাজ্যখনত ‘অপাৰেচন লটাছ’ৰ আশ্ৰয় লোৱাৰ আশংকা কৰা হৈছিল। এই আশংকাত ভীতিগ্ৰস্ত হৈ আনকি কংগ্ৰেছে নৱনিৰ্বাচিত বিধায়কসকলক বহি:ৰাজ্যলৈ পলুৱাই পঠোৱাৰো পৰিকল্পনা কৰা বুলি খবৰ ওলাইছিল।

Apply Now

অপাৰেচন লটাছৰ আশংকাৰ মাজতে সামাজিক মাধ্যমত এই আগ্ৰাসী নীতিৰ মূল কাণ্ডাৰী হিচাপে পৰিগণিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ব্যঙ্গ কৰাত নামি পৰিছে নেটিজেন।

সামাজিক মাধ্যমত মিমাৰৰ কল্পনাপ্ৰসূত সৃষ্টিত ভাইৰেল মিমত স্কুটীত উঠি অপাৰেচন লটাছ’ৰ কাৰ্যকৰীকৰণৰ বাবে অমিত শ্বাহ ওলাইছে হিমাচলৰ নিৰ্দলীয় প্ৰাৰ্থীৰ সন্ধানত। প্ৰকাশিত টুইটটোত লিখা হৈছে, ” নিৰ্দলীয় বিধায়কৰ হৃদয় বিচাৰি অমিত শ্বাহে হিমাচল ভ্ৰমণ কৰিছে।”

#HimachalElectionResults

Independent MLAs ko unki aatma ki aawaz sunane Amit Shah on the way to himachal: pic.twitter.com/gepJZpwtVd

— Rohit.Bishnoi (@The_kafir_boy_2) December 8, 2022

অৰ্থাৎ শ্বাহে নিজা দল বিজেপিলৈ নিৰ্দলীয় বিধায়কক আকৰ্ষণ কৰাৰ কাম আৰম্ভ কৰিছে। আন এটা মিমত আকৌ গৃহমন্ত্ৰী শ্বাহে কম্পিউটাৰ বিশেষজ্ঞৰ সহায় বিচাৰি পৰাজয়ৰ কাৰণৰ অনুসন্ধান চলোৱা দেখিবলৈ পোৱা গৈছে।

Amit Shah Ji – हिमांचल में रिसॉर्ट्स सर्च मारो 🤪#HimachalPradesh #HimachalElectionResults2022 #ElectionResults #Himachal #HimachalElection2022 pic.twitter.com/KnJTqxz0IX

— Farzi Gyaan (@farzi_gyaan) December 8, 2022

অক্ষয় কুমাৰ অভিনীত এখন চিনেমাৰ এক বিশেষ দৃশ্যৰ ছবিৰে আকৌ আন এক মিমো সৃষ্টি কৰিছে নেটিজেনে। ছবিখনৰ লগতে লিখা আছে, ‘মোৰ ওচৰত এখনি আঁচনি আছে’।

Amit Shah to Himachal Congress Candidates 😂😂😂😂#GujaratElectionResult#HimachalElectionResults2022 #GujaratElection2022 pic.twitter.com/TaSkUgxQOz

— Chacha Lehru ᴾᵃʳᵒᵈʸ (@ChachaLehru7) December 8, 2022


মুঠৰ ওপৰত হিমাচলত কংগ্ৰেছৰ বিজয়ৰ পিছত নেটিজেনৰ মিমাৰৰ এক গুৰুত্বপূৰ্ণ আধাৰ হৈ পৰিছে অমিত শ্বাহ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd