• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি হ’ব নাগৰিকত্বৰ ভিত্তিবৰ্ষ! ১০ জানুৱাৰীত সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2022 7:11 pm
Assam Accord citizenship
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ ৰাজ্যত সুদীৰ্ঘকাল ধৰি চলি আহিছে বিতৰ্ক। অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ মাৰ্চৰ পূৰ্বে অসমত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল যদিও এই ভিত্তিবৰ্ষৰ বিৰোধিতা কৰি আহিছে ৰাজ্যৰ একাং জনসাধাৰণে।

১৯৭১ চনক নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে স্বীকৃতি দিয়া নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ ধাৰাক প্ৰত্যাহ্বান জনাই ইতিপূৰ্বে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্যৰ বহুকেইটা সংগঠন। আজি উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সন্দৰ্ভত দাখিল কৰা এই আবেদন অহা বৰ্ষৰ ১০ জানুৱাৰীত শুনানিৰ বাবে তালিকাভুক্ত কৰে।

Apply Now

এখন সাংবিধানিক বিচাৰপীঠে ২০২৩ বৰ্ষৰ ১০ জানুৱাৰীত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত ধাৰা ৬এ- ক বৈষম্যমূলক বুলি অভিযোগ কৰি ইয়াৰ প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰা হৈছিল।

অসম পাব্লিক ৱৰ্কছ, অসম সন্মিলিত মহাসংঘকে ধৰি আবেদনকাৰীসকলে যুক্তি আগবঢ়াইছিল যে এই বিশেষ ব্যৱস্থাই অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত ১৯৪৮ চনৰ ১৯ জুলাইক কাট অফ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা সংবিধানৰ ৬ নং অনুচ্ছেদ উলংঘা কৰিছে।

এই যুক্তিৰ আধাৰত অসম সন্মিলিত মহাসংঘই ১৯৭১ চনৰ মাৰ্চ মাহৰ নিৰ্বাচনী তালিকাৰ পৰিৱৰ্তে ১৯৫১ চনৰ এন আৰ চিৰ ভিত্তিত অসমৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ আহ্বান জনাইছিল।

২০১৪ চনৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ধাৰা ৬এৰ সাংবিধানিক যোগ্যতাৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন বিষয় সামৰি ১৩টা প্ৰশ্নৰ ফ্ৰেমৱৰ্ক কৰিছিল। ২০১৫ চনত আদালতৰ তিনিজনীয়া বিচাৰপীঠে এই গোচৰটো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল।

আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠৰ সন্মুখত হাজিৰ হৈ নাগৰিকত্ব সম্পৰ্কীয় এই বিষয় উত্থাপন কৰে জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়ছিঙে। জয়ছিঙে কয় যে এই গোচৰটো ৪০ বছৰ ধৰি দেশৰ নাগৰিক হিচাপে স্বীকৃত হৈ থকা লোকসকলৰ সৈতে জড়িত।

“নাগৰিকত্ব লাভ কৰা লোকসকলক এতিয়া নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পাৰি নেকি- এই প্ৰশ্নক প্ৰাৰম্ভিক বিষয় হিচাপে বিচাৰ কৰা উচিত।”- বিচাৰপীঠৰ সন্মুখত জেইছিঙে কয়।

আনহাতে জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডেভে কয় যে গোচৰটোৰ কেন্দ্ৰবিন্দু হৈছে ধাৰা ৬এৰ বৈধতা আৰু সেয়ে এই বিষয়ত প্ৰথম আৰু প্ৰধানকৈ সিদ্ধান্ত লোৱা উচিত। ডেভেই লগতে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৩ নং ধাৰা সম্পৰ্কে উত্থাপিত প্ৰশ্নসমূহৰ ওপৰতো আলোকপাত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd