• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিব’: ওমৰ খালিদলৈ নিৰ্দেশনা দিল্লী আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2022 9:28 pm
Umar Khalid
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভগ্নীৰ বিবাহৰ বাবে এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰা উত্তৰ-পূব দিল্লীৰ হিংসাত্মক কাণ্ডৰ প্ৰধান অভিযুক্ত ছাত্ৰ নেতা ওমৰ খালিদক কাৰাগাৰৰ পৰা বাহিৰত থকাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ বা সাক্ষাৎকাৰ নিদিবলৈ নিৰ্দেশ দিছে আদালতে।

খালিদে ২০ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰীলৈ দুসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন দাখিল কৰিছিল যদিও আদালতে এসপ্তাহৰ বাবে জামিন মঞ্জুৰ কৰিছিল। সোমবাৰে খালিদৰ জামিনৰ নিৰ্দেশনা দিয়াৰ সময়তে আদালতে কেইবাটাও চৰ্ত আৰোপ কৰে।

Apply Now

“অভিযুক্তৰ কনিষ্ঠ ভগ্নীৰ বিবাহৰ প্ৰতি লক্ষ্য ৰাখি এই আদালতে বিবাহ সম্পৰ্কীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ সন্মত হৈছে। জামিনত চৰ্তাৱলী সংলগ্ন কৰি গোচৰ সন্দৰ্ভত থকা আশংকাৰ ওপৰত লক্ষ্য ৰাখিব পাৰি।”- মঙলবাৰে প্ৰকাশ পোৱা আদেশত এইদৰে কয় অতিৰিক্ত অধিবেশন ন্যায়াধীশ অমিতাভ ৰাৱাটে।

২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ বিবাহ সম্পৰ্কীয় কাম-কাজ অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে আদালতে নিজৰ বিবেচনা অনুসৰি ২৩ ডিচেম্বৰৰ পৰা তেওঁক সাত দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাটো উপযুক্ত বুলি বিবেচনা কৰিছে।

জামিন আদেশ অনুসৰি খালিদে ৩০ ডিচেম্বৰত সংশ্লিষ্ট জেল অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব। আদালতে লগতে খালিদৰ জামিন বৃদ্ধি কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে।

জাৰি হোৱা নিৰ্দেশনাত আদালতে কয়, “অভিযুক্তই মুক্তিৰ পিছত কোনো সাক্ষীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব আৰু প্ৰমাণৰ লগতো খেলিমেলি নকৰিব। লগতে অন্তৱৰ্তীকালীন জামিনৰ সময়সীমালৈকে খালিদে তদন্তকাৰী বিষয়াক নিজৰ মোবাইল নম্বৰ দিব লাগিব আৰু নিজৰ মোবাইল ফোন খোলা ৰাখিব লাগিব।”

তদুপৰি আদালতে ওমৰ খালিদক দৈনিক ভিডিঅ’ কলৰ জৰিয়তে তদন্তকাৰী বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে সামাজিক মাধ্যমকে ধৰি কোনো সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ বা কোনো সাক্ষাৎকাৰ নিদিবলৈ নিৰ্দেশ দিছে আদালতে।

বিবাহ অনুষ্ঠানৰ সময়ত খালিদৰ পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সৈতে মত বিনিময় কৰাৰ অধিকাৰ থাকিব যদিও অন্তৱৰ্তীকালীন জামিনৰ সমগ্ৰ সময়ছোৱাত তেওঁ ঘৰতে থাকিব লাগিব বুলি আদালতে লগতে কয়।

ইফালে আৰক্ষীয়ে খালিদৰ ঘৰৰ বাহিৰত পহৰা দিব পাৰিব যদিও ঘৰৰ চৌহদৰ ভিতৰলৈ যাব নোৱাৰিব বুলিও আদালতে স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd