• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জঘন্য হত্যাকাণ্ড! পত্নীক হত্যা কৰি ৪ শ কিলোমিটাৰ দূৰৈত পুতিলে চিকিৎসক স্বামীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 4:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্য এক জঘন্য হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিত এজন চিকিৎসকে পত্নীক হত্যা কৰি ঘৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰৈত মৃতদেহটো পুতি থোৱাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, অভিযুক্ত চিকিৎসকগৰাকীক যাতে কোনেও সন্দেহ নকৰিব নোৱাৰে তাৰ বাবে আৰক্ষী থানাত পত্নী নিৰুদ্দেশ হোৱাৰ বুলি এখন এজাহাৰো দাখিল কৰে।

অভিযুক্ত চিকিৎসকজনৰ নাম অভিষেক অৱস্থি। অভিযোগ অনুসৰি ২৬ নৱেম্বৰত পত্নী বন্দনা (২৮)ক হত্যা কৰিছিল। ইয়াৰ পিছত অভিষেক লখিমপুৰ খেৰীৰ পৰা ৪০০ কিলোমিটাৰ নিলগৰ গৰামুখেশ্বৰত পত্নী বন্দনাৰ মৃতদেহ সৎকাৰ কৰিবলৈ উপস্থিত হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, হত্যাকাণ্ডৰ দিনা চিকিৎসকজনৰ পত্নীৰ সৈতে কাজিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত চিকিৎসকগৰাকীয়ে তেওঁৰ পিতৃ গৌৰী শংকৰে গধুৰ বস্তুৰে বন্দনাৰ মূৰত আঘাত কৰাৰ ফলতে মৃত্যু হয়।

লখিমপুৰ খেৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিঙে কয়, ‘পত্নীগৰাকীক হত্যা কৰাৰ পিছত চিকিৎসকে মৃতদেহটো ছুটকেছত ভৰাই প্ৰথমে নিজৰ ক্লিনিকলৈ লৈ যায়। তাৰ পিছত চিকিৎসকগৰাকীয়ে এম্বুলেন্স মাতে। সেই এম্বুলেন্সতেই তেওঁ গৰামুখেশ্বৰলৈ যায়। তাতে পত্নী বন্দনাৰ মৃতদেহ পুতি থয়। পিছদিনা চিকিৎসক স্বামীয়ে কোটোৱালি সদৰ থানাত পত্নীৰ নিৰুদ্দেশ যোৱা ডায়েৰী এখন বনাই দিলে।

ঘটনাৰ পাছতে সোমবাৰে চিকিৎসকজনক আটক কৰি জেৰা কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত চিকিৎসকগৰাকীয়ে পিতৃৰ সৈতে পত্নীক হত্যাৰ কৰাৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিছতে চিকিৎসক আৰু তেওঁৰ পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইফালে তদন্তকাৰী আৰক্ষীয়ে প্ৰকাশ কৰা মতে চিকিৎসকগৰাকীৰ পত্নীৰ মৃতদেহ লৈ যোৱা এম্বুলেঞ্চখনৰ চালকজনক তেওঁৰ পত্নী দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি কোৱা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, বন্দনাও পেছাত আয়ুৰ্বেদিক চিকিৎসক আছিল। ২০১৪ চনত লখিমপুৰৰ বাসিন্দা অভিষেকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd