• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মৰক্কোক হৰুৱাই ফাইনেলৰ দিশে ফ্ৰান্স : আৰ্জেন্টিনাৰ লগত ফাইনেল খেলিব ফ্ৰান্সে

ছেমিফাইনেলত ফ্ৰান্সৰ হাতত ২-০ গ’লত পৰাজয় বৰণ কৰে মৰক্কোৱে। ফলত বিশ্ব চেম্পিয়ন ফ্ৰান্স পুনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ফ্ৰান্সে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2022 9:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাটাৰে বিশ্বকাপ আয়োজন কৰাৰ পূৰ্বে মৰক্কোৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা আছিল ০.০০১ শতাংশ। কিন্তু বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে আফ্ৰিকান লায়ন্সে সেই গাণিতিক সমীকৰণবোৰৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাবলৈ ধৰিলে।

কোৱাটাৰ ফাইনেলত স্পেইন আৰু পৰ্তুগালক কোৱাৰ্টাৰ ফাইনেলত  পৰাস্ত কৰাৰ পিছত মৰক্কোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। তেনেকৈয়ে ইতিহাস ৰচনা কৰে মৰক্কোৱে। ০.০০১ শতাংশৰ পৰা বিশ্বকাপৰ পৰা মাত্ৰ দুখোজ দূৰত আছিল মৰক্কো।

Apply Now

যোৱা নিশা মৰক্কোৰ বিশ্বকাপৰ ঐতিহাসিক যাত্ৰাৰ অন্ত পৰে । ছেমিফাইনেলত ফ্ৰান্সৰ হাতত ২-০ গ’লত পৰাজয় বৰণ কৰে মৰক্কোৱে। ফলত বিশ্ব চেম্পিয়ন ফ্ৰান্স পুনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ফ্ৰান্সে।

এতিয়া মাথোঁ অপেক্ষা বিশ্বকাপ ফুটবলৰ আটাইতকৈ উত্তেজনাময় খেলখনৰ বাবে। অহা ১৮ ডিচেম্বৰত আৰ্জেন্টিনা আৰু ফ্ৰান্সৰ মাজত হ’ব কাটাৰ বিশ্বকাপৰ ফাইনেল খেলা। এইবাৰ বিশ্বকাপ আঁজুৰি আনিব পাৰিবনে মেছি বাহিনীয়ে? তাকে লৈ চৌদিশে এতিয়া বহু কল্পনা।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

October 28, 2026 6:29 pm
বন ‎বিভাগৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল, একেলগে স্থানান্তৰ কেইবাগৰাকীও ডি এফ অ’ক

বন ‎বিভাগৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল, একেলগে স্থানান্তৰ কেইবাগৰাকীও ডি এফ অ’ক

October 28, 2026 4:56 pm
ভূপালত পাঁচগৰাকী নাবালিকাক ধৰ্ষণ, প্ৰাক্তন সংবাদপত্ৰৰ স্বত্বাধিকাৰীক ১০টাকৈ যাৱজ্জীৱন কাৰাদণ্ড

ভূপালত পাঁচগৰাকী নাবালিকাক ধৰ্ষণ, প্ৰাক্তন সংবাদপত্ৰৰ স্বত্বাধিকাৰীক ১০টাকৈ যাৱজ্জীৱন কাৰাদণ্ড

October 28, 2026 3:31 pm
প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

October 28, 2026 6:29 pm
বন ‎বিভাগৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল, একেলগে স্থানান্তৰ কেইবাগৰাকীও ডি এফ অ’ক

বন ‎বিভাগৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল, একেলগে স্থানান্তৰ কেইবাগৰাকীও ডি এফ অ’ক

October 28, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd