• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিছুমান দেশৰ নেতাৰ আমেৰিকা নিৰ্ভৰশীলতাৰ পৰিণতিৰ পৰা শিক্ষা লওক জেলেনস্কিয়ে: ইৰান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 8:24 am
আমেৰিকান কংগ্ৰেছত ভাষণ দিয়াৰ সময়ত জেলেনস্কি।

আমেৰিকান কংগ্ৰেছত ভাষণ দিয়াৰ সময়ত জেলেনস্কি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Iran warns Zelensky ইৰানে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সতৰ্ক কৰি দিছে। জেলেনস্কিয়ে তেহৰাণৰ বিৰুদ্ধে যোৱা কেইমাহমান ধৰি ৰাছিয়ালৈ ড্ৰোন যোগান ধৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ইৰাণে বাৰে বাৰে এই অভিযোগ অস্বীকাৰ কৰি কৈছে যে ৰাছিয়াক কিছুমান ড্ৰোন দিয়া হৈছিল যদিও সেইটো যুদ্ধ আৰম্ভ হোৱাৰ আগৰ কথা।

ইউৰোপীয় ইউনিয়নে ইতিমধ্যে ৰাছিয়ালৈ ড্ৰোন যোগান ধৰাৰ বাবে ইৰাণৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে।

লগতে পঢ়ক: বিমুদ্ৰাকৰণ বৈধ আছিল? এই সন্দৰ্ভত অহা ২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিব ইয়াৰ ৰায়

Apply Now

বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছলৈ দিয়া এক ভাষণত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইৰাণে ৰাছিয়াক শ শ বিপদজনক ড্ৰোন দিছে যি ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ স্থাপনাসমূহৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত জেলেনস্কিৰ মন্তব্যই ইৰাণক ক্ষুব্ধ কৰি তুলিছে। বৃহস্পতিবাৰে তেহৰানে জেলেনস্কিক সতৰ্ক কৰি দিয়ে যে “ভিত্তিহীন অভিযোগৰ ক্ষেত্ৰত ইৰাণৰ ধৈৰ্য্যৰ এক সীমা আছে”।

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ নাছেৰ কানানীয়ে কয় যে ৱাশ্বিংটনলৈ যোৱা জেলেনস্কিয়ে তেওঁৰ ভাষণত ইৰাণক দোষাৰোপ কৰিছে আৰু এক অশোভনীয় মন্তব্য দিছে। অৱশ্যে, আমি ইউক্ৰেইনকে ধৰি সকলো দেশৰ আঞ্চলিক অখণ্ডতাক সন্মান কৰোঁ। জেলেনস্কিয়ে জানিব লাগে যে ভিত্তিহীন অভিযোগৰ সন্দৰ্ভত ইৰাণৰ কৌশলগত ধৈৰ্য্যৰো এক সীমা আছে।

লগতে পঢ়ক: ‘ঘৈণী লাগে, কইনা বিচাৰি দিয়ক’, বিয়াৰ পোছাক পিন্ধি ঘোঁৰাত উঠি হাতত পোষ্টাৰ লৈ ডঙুৱাৰ দল!

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে জেলেনস্কিক উদ্দেশ্যি কয়,”জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত কিছুমান দেশৰ নেতাৰ নিৰ্ভৰশীলতাৰ পৰিণতিৰ পৰা শিক্ষা ল’ব লাগে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd