• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোভানিমি! এই গাওঁখনতে ছাণ্টা ক্লজৰ ঘৰ; য’ত শিশুসকলে গোটেই বছৰ তেওঁক লগ কৰিব পাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2022 11:45 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰদিনৰ উলাহত মগ্ন বিশ্বৰ বিভিন্ন প্ৰান্ত। সমগ্ৰ বিশ্বতে বৰদিন উদযাপনৰ প্ৰস্তুতি শেষ, আৰম্ভ অফুৰন্ত ৰং-ৰহইচৰ মেলা। বৰদিন হৈছে ভগৱান যীচুৰ জন্মদিন। আৰু সৰু ল’ৰা-ছোৱালীৰ বাবে এই উৎসৱ এটা উপহাৰ লাভৰ দিন। তেওঁলোকৰ বাবে উপহাৰ লৈ আনে এটা ৰঙা চোলা, টুপী পিন্ধা এজন ঘূৰণীয়া মুখৰ বৃদ্ধ ককাই। তেওঁৰ নাম ছাণ্টা ক্লজ।

তেওঁ ষাঁড় হৰিণৰ শ্লেজ গাড়ীত উঠি আহে। এই ছাণ্টা ক্লজৰ ঘৰটো ক’ত আছে জানেনে? তেওঁ ফিনলেণ্ডৰ এখন গাঁৱত বাস কৰে। সেই গাওঁখনত শিশুসকলে পোনপটীয়াকৈ ছাণ্টা ক্লজক লগ কৰিব পাৰে।

Apply Now

ছাণ্টা ক্লজ ফিনলেণ্ডৰ লেপলেণ্ড অঞ্চলৰ ৰোভানিমি গাঁৱত বাস কৰে। গাওঁখন সদায় বৰফে আৱৰি থাকে। এই গাওঁখনে আনুষ্ঠানিকভাৱে ছাণ্টা ক্লজ গাওঁৰ মৰ্যাদা লাভ কৰিছে। ইয়াত তেওঁলোকে গোটেই বছৰটো শিশুৰ বাবে উপহাৰ পেক কৰে। প্ৰতি বছৰে গোটেই পৃথিৱীৰ পৰা শিশুসকলে ছাণ্টা ক্লজক লগ কৰিবলৈ ইয়ালৈ আহে।

ছাণ্টা ক্লজ গাঁৱত বৰদিন উদযাপন ২৩ ডিচেম্বৰৰ পৰা আৰম্ভ হয়। ‘ছাণ্টা ইজ অন হিজ ৱে’ নামৰ এক অনুষ্ঠানৰ সৈতে আৰম্ভ হয় উদযাপন। ছাণ্টা ক্লজৰ এই গাওঁখন সদায় জাকজমকতাপূৰ্ণ আৰু উজ্জ্বল। ইয়াত সকলোৱে অতি প্ৰফুল্ল আৰু আনন্দত মগ্ন, আমনিৰ কোনো প্ৰশ্নই নাই। ইয়াত কেইবাখনো বৃহৎ কেফে আৰু ৰেষ্টুৰেণ্ট আছে। ইয়াত বিশেষ স্থান হৈছে গাওঁখনৰ ডাকঘৰটো।

ছাণ্টা ক্লজৰ এই গাওঁখনৰ সকলো ঠাইতে চিঠি আৰু পুতলা দেখা যায়। আমোদজনকভাৱে, ছাণ্টা ক্লজে নিজে পোৱা চিঠিবোৰ পঢ়ে আৰু সেইবোৰৰ প্ৰতি সঁহাৰি দিয়ে আৰু শিশু তথা প্ৰাপ্তবয়স্কসকললৈ উপহাৰ প্ৰেৰণ কৰে। দৰাচলতে, ছাণ্টাৰ গোটেই বছৰটোত দুটাই কাম: প্ৰথমটো হ’ল চিঠি পঢ়ি উত্তৰ দিয়া, আৰু দ্বিতীয়টো হ’ল শিশুৰ বাবে প্ৰেৰণ কৰা পুতলা ৱৰ্কশ্বপৰ যত্ন লোৱা।

ফিনলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিলে আপুনি নৰ্দাৰ্ণ লাইটচ, ছাণ্টা ক্লজ ভিলেজ, হেলচিঙ্কি, লেভি, তুৰ্কু, পাৰভু, চাভনলিনা আদি ঠাইও ভ্ৰমণ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd