• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱনৰ ফলত উজবেকিস্তানত কমেও ১৮ টি শিশুৰ মৃত্যুৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2022 9:16 am
ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱনৰ ফলত উজবেকিস্তানত কমেও ১৮ টি শিশুৰ মৃত্যুৰ অভিযোগ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ (কাহৰ দৰৱ) সেৱন কৰাৰ পিছত প্ৰাক্তন ছোভিয়েট ইউনিয়নৰ দেশ উজবেকিস্তানত ১৮ টি শিশুৰ মৃত্যু ঘটাৰ অভিযোগ উঠিছে। ইয়াৰ পূৰ্বে পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াই ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ খাই ৬৬ টা শিশুৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছিল। তাৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰ স্তুত কৰা চাৰিটা চৰ্দি-কাহৰ চিৰাপৰ বিষয়ে সতৰ্কতা জাৰি কৰিছিল।

উজবেকিস্তানৰ স্বাস্থ্য বিভাগে বুধবাৰে কয় যে ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰা কফ চিৰাপ খোৱাৰ পিছত এতিয়ালৈকে ১৮ টি শিশুৰ মৃত্যু হৈছে।

দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ডক-১ মেক্স নামৰ চিৰাপটো ২১ টি শিশুৱে গ্ৰহণ কৰিছিল, যাৰ ভিতৰত ১৮ টি শিশুৰ মৃত্যু হৈছিল। কোম্পানীৰ ৱেবছাইট অনুসৰি, ঔষধটো চৰ্দি আৰু ফ্লুৰ লক্ষণৰ চিকিৎসা হিচাপে বজাৰত বিক্ৰী কৰা হয়।

লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত চন্দ্ৰবাবু নাইডুৰ ‘ৰোড শ্ব’ত অঘটন; পদপিষ্ট হৈ কমেও নিহত ৮ জন

চিৰাপৰ এটা গোটত ইথিলিন গ্লাইকলৰ উপস্থিতি পোৱা গৈছে। উজবেকৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ই এক প্ৰকাৰৰ বিষাক্ত পদাৰ্থ।

মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে কুৰামেক্স মেডিকেল এলএলচি নামৰ এটা কোম্পানীয়ে উজবেকিস্তানলৈ চিৰাপ আমদানি কৰিছিল।

উজবেক স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে চিকিৎসকৰ প্ৰেছক্ৰিপশ্বন অবিহনে ঘৰত অভিভাৱক বা ফাৰ্মাচিষ্টৰ পৰামৰ্শ অনুসৰি শিশুসকলক চিৰাপটো দিয়া হৈছিল আৰু শিশুসকলৰ বাবে আদৰ্শ পালিৰ উপৰিও অতিৰিক্ত মাত্ৰাত প্ৰয়োগ কৰা হৈছিল।

মেৰিয়ন বায়োটেকে ২০১২ চনত উজবেকিস্তানত পঞ্জীয়ন কৰিছিল। উজবেকিস্তান চৰকাৰে কয় যে তেওঁলোকে তেওঁলোকক যোগান ধৰা চৰ্দি আৰু কাহৰ চিৰাপ পৰীক্ষা কৰি আছে।

প্ৰথমতে, কাহৰ চিৰাপত পেৰাচিটামলৰ স্তৰৰ বিসংগতিৰ বাবে এই ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।

ইয়াৰ আগতে গাম্বিয়াত চৰ্দি আৰু কাহৰ চিৰাপত ডায়েথিলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ অস্বাভাৱিক স্তৰৰ বাবে বৃক্ক বিকল হোৱাৰ ফলত ৬৬ টা শিশুৰ মৃত্যু হৈছিল।

লগতে পঢ়ক:বিয়াৰ বাবে কেনে ধৰণৰ ছোৱালী পছন্দ ৰাহুল গান্ধীৰ? কংগ্ৰেছ নেতা গৰাকীয়ে নিজেই দিলে উত্তৰ

যোৱা বছৰ অক্টোবৰত গাম্বিয়াত ভাৰতীয় কোম্পানী মেডেন ফাৰ্মাচিউটিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা চাৰি প্ৰকাৰৰ কাহৰ চিৰাপৰ বিৰুদ্ধে  অভিযোগ উত্থাপিত হৈছিল। চিৰাপবোৰ হৈছে প্ৰমেথাজিন অৰেল চল্যুচন, কফেক্সমালিন বেবী কফ চিৰাপ, মাকফ বেবী কফ চিৰাপ আৰু মেগ্ৰিপ এন কোল্ড চিৰাপ।

তাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰিয়েচাছে সংস্থাটোৱে প্ৰস্তুত কৰা চৰ্দি-কাহৰ চিৰাপৰ বিষয়ে এখন সংবাদমেলযোগে সতৰ্কবাণী জাৰি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd