• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সোণালী সুযোগ : এমাহৰ বাবে বিনামূলীয়া পিজ্জা ঘোষণা ৰেস্তোঁৰাৰ মালিকৰ

ৰেস্তোঁৰাৰ মালিকে সকলোকে এমাহৰ বাবে বিনামূলীয়াকৈ পিজ্জা খুৱাব বুলি ঘোষণা কৰিছে। মূলতঃ জনসাধাৰণৰ অৰ্থনৈতিক মণ্ডাৱস্থাৰ বাবেই তেওঁ উদাৰতা বা দয়া হিচাপে কৰিবলৈ এই সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2023 2:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্কটলেণ্ডৰ ৰাজধানী এডিনবাৰ্গৰ এগৰাকী ৰেস্তোঁৰাৰ মালিকে সকলোকে এমাহৰ বাবে বিনামূলীয়াকৈ পিজ্জা খুৱাব বুলি ঘোষণা কৰিছে। মূলতঃ জনসাধাৰণৰ অৰ্থনৈতিক মণ্ডাৱস্থাৰ বাবেই তেওঁ উদাৰতা বা দয়া হিচাপে কৰিবলৈ এই সিদ্ধান্ত লৈছে।

জানিব পৰা মতে, এমাহৰ বাবে সকলোকে বিনামূলীয়াকৈ পিজ্জা খুৱাবলৈ ঘোষণা কৰা ব্যক্তিজনৰ নাম মাৰ্ক উইলকিনছন। এডিনবাৰ্গৰ দক্ষিণৰ মৰ্নিংছাইডত থকা পিউৰ পিজ্জা নামৰ ৰেস্তোঁৰাখনৰ মালিক মাৰ্ক উইলকিনছন।

Apply Now

মাৰ্ক উইলকিনছনে কয় যে জীৱন-যাপনৰ খৰচৰ সংকটৰ সৈতে যুঁজি থকা লোকসকলক সহায় কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয় যে এই পৰিকল্পনাৰ জৰিয়তে তেওঁৰ অংশকালীন কৰ্মীসকলে অধিক কামৰ সুযোগ লাভ কৰিব।

৫৫ বছৰীয়া মাৰ্ক উইলকিনছনে কয় যে ‘মোৰ পৰিকল্পনাত মই অতি সুখী কাৰণ ইয়াৰ দ্বাৰা গ্ৰাহকসকল উপকৃত হ’ব, যোগানকাৰীসকল উপকৃত হ’ব আৰু মোৰ চেফৰ দলটোও লাভৱান হ’ব।’

মাৰ্কে লগতে কয় যে জীৱন-যাপনৰ অত্যধিক খৰচে বহুতক কেনেদৰে যন্ত্ৰণা দিছে সেই বিষয়ে মই বহু শুনিছোঁ। ‘সহায়’ হৈছে এনেকুৱা এটা বস্তু যিয়ে মোক সঁচাকৈয়ে আকৰ্ষণ কৰে আৰু মই এনেকুৱা কিবা এটা কৰিবলৈ চেষ্টা কৰিব বিচাৰিছিলো।’

মাৰ্কে অনুমান কৰিছে যে এমাহৰ বাবে সকলোকে বিনামূলীয়াকৈ পিজ্জা খুৱাব বুলি ঘোষণা কৰিলে তেওঁৰ প্ৰায় ১২ হাজাৰ পাউণ্ড খৰচ হ’ব। ২০২০ চনৰ মাৰ্চ মাহত লকডাউনৰ আৰম্ভণিতে পিজ্জা ব্যৱসায় আৰম্ভ কৰিছিল উইলকিনছনে। তেওঁ কয় যে তেওঁৰ অভেনত প্ৰতি ছয় মিনিটৰ মূৰে মূৰে ১৮টা পিজ্জা বনাব পৰা ক্ষমতা আছে।

বিবিচিয়ে জনোৱা মতে, জানুৱাৰী মাহত এডিনবাৰ্গৰ মৰ্নিংছাইড ড্ৰাইভত থকা ইয়াৰ ষ্ট’ৰলৈ অহা লোকসকলক বিনামূলীয়াকৈ পিজ্জা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে পিউৰ পিজ্জাৰ পৰা বিনামূলীয়া পিজ্জা পাবলৈ হ’লে সংশ্লিষ্ট ব্যক্তিয়ে কেৱল এটা বৈধ মোবাইল নম্বৰ দিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

June 18, 2026 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd