• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শোণিতপুৰত ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 2:00 pm
accident

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিশা শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এৰাসুঁতিত  ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এক পথ দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নথি প্ৰমাণৰ বাবে সাক্ষ্য প্ৰদান কৰি বাছ যাত্ৰীসকল ঘৰলৈ উভতাৰ পথত এই  দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

এএছ-১২এচি-২০৭৩ নম্বৰৰ বাছখন নিৰ্দিষ্ট যাত্ৰাপথেৰে আহি থাকোতে ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এৰাসুঁতিত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে৷ ফলত বাছখনৰ ভিতৰত থকা ৫০ গৰাকী যাত্ৰীৰ আটাইকেইজনে কম বেছি পৰিমানে আহত হয়।

Apply Now

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতেই ঠেলামৰা আৰক্ষী থানাৰ তহলদাৰী আৰক্ষী আৰু স্থানীয় ৰাইজে আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, পুৱাতেই এন আৰ চিৰ শুনানিত অংশ ল’বলৈ যোৱা এই সকল লোকৰ শুনানি গ্ৰহণ সন্ধিয়াৰ ভাগতহে হোৱাৰ ফলত তেওঁলোক ঘৰলৈ পলমকৈ উভতি আহিব লগা হৈছিল বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত চিৰাজুলি অঞ্চলৰ এই লোকসকল নগাঁও জিলাৰ ৰূপহীৰ এটা সেৱা কেন্দ্ৰত এনআৰচিৰ শুনানিত সাক্ষ্য-প্ৰমান দাঙি ধৰিবলৈ গৈছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd