• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কোনে জানে মই সঁচাকৈয়ে তোমাৰ পিতৃ হয়নে”, প্ৰিন্স হেৰীক এনেকৈয়ে কৈছিল কিং চাৰ্লছে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 8:47 am
104
VIEWS
Share on FacebookShare on Twitter

প্ৰিন্স হেৰীৰ আত্মজীৱনী ‘স্পেয়াৰ’ এতিয়াও ব্ৰিটেইনত মুকলি কৰা হোৱা নাই। কিন্তু বৃহস্পতিবাৰেই স্পেইনত সেয়া প্ৰকাশ পাইছে। তেতিয়াৰে পৰা এই গ্ৰন্থখনকলৈ চৰ্চা আৰম্ভ হৈছে। ইয়াৰ আগেয়ে হেৰীয়ে দাবী কৰা দেখা গৈছিল যে ভাতৃ উইলিয়ামে পত্নীৰ সন্মুখতে তেওঁৰ কলাৰত ধৰি মাটিত পেলাই দিছিল।এইবাৰ প্ৰিন্স হেৰীৰ পিতৃ কিং চাৰ্লছৰ এটা ‘নিম্ন ৰুচিৰ কৌতুক’ সন্মুখলৈ আহিছে। তেওঁ ৰাজকুমাৰক উপহাস কৰি কৈছিল, “কোনে ক’ব পাৰে মই তোমাৰ প্ৰকৃত পিতৃ হয় নে নহয়?’’

কিন্তু চাৰ্লছে কিয় এনে এক উদ্ভট কৌতুক কৰিছিল? হেৰীয়ে দাবী কৰে যে সেই সময়ত এটা উৰাবাতৰি বিয়পি পৰিছিল যে তেওঁ লেডী ডায়েনা আৰু মেজৰ হেউইটৰ পুত্ৰ আছিল! এনে ধৰণৰ উৰাবাতৰিৰ বাবে চাৰ্লছে সংযম হেৰুৱাইছিল। ৰসিকতা কৰিয়েই তেওঁ কৈছিল,”মই তোমাৰ পিতৃ হয় নে নহয় কোনে জানে? প্ৰিয় পুত্ৰ, হয়তো তোমাৰ পিতৃ ব্ৰডমুকত আছে।‘’ তেওঁ এনে কৌতুকক ‘নিম্ন ৰুচিৰ কৌতুক’ বুলি বৰ্ণনা কৰিছে।

লগতে পঢ়ক: দেশৰ এই তিনিটা বেংক ধন জমা ৰখাৰ বাবে আটাইতকৈ সুৰক্ষিত! আৰবিআইৰ তালিকা প্ৰকাশ

ইতিমধ্যে হেৰীয়ে তেওঁৰ ককায়েক উইলিয়ামৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে, “আমি দুই ভাতৃয়ে পাকঘৰত কথা পাতি আছিলো। সেই সময়ত উইলিয়ামে মোৰ পত্নী মেগানৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তাৰ পিছত তেওঁ মোক কলাৰত ধৰি মাটিত পেলাই দিলে। মই কুকুৰৰ খাদ্যৰ বাচনৰ ওপৰত পৰিছিলো। বাচনটো ভাঙি গৈছিল আৰু মোৰ পিঠিত আঘাত পাইছিলো। হতবাক হৈ মই অলপ সময়ৰ বাবে মাটিত পৰি ৰৈছিলোঁ। তেতিয়া মই থিয় হৈ উঠি উইলিয়ামক আঁতৰি যাবলৈ কৈছিলো।”

ব্ৰটিছি সংবাদপত্ৰ গাৰ্ডিয়ানৰ সূত্ৰই আন কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। উইলিয়াম আৰু কেটে হেৰীক এটা ফেন্সি ড্ৰেছ অনুষ্ঠানত নাজীসকলৰ কাপোৰ পিন্ধিবলৈ কৈছিল। এতিয়া চাৰ্লছৰ বিষয়টোও ফাদিল হৈ পৰিল। গ্ৰন্থখন প্ৰকাশ হোৱাৰ আগতে ইমান তথ্য কেনেকৈ ফাদিল হ’বলৈ পালে তাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। জানিব পৰা মতে, প্ৰকাশন প্ৰতিষ্ঠান পেংগুইনৰ বিৰুদ্ধেও এটা তদন্ত আৰম্ভ কৰা হ’ব।

Recent News

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd