• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“কোনে জানে মই সঁচাকৈয়ে তোমাৰ পিতৃ হয়নে”, প্ৰিন্স হেৰীক এনেকৈয়ে কৈছিল কিং চাৰ্লছে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 8:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰিন্স হেৰীৰ আত্মজীৱনী ‘স্পেয়াৰ’ এতিয়াও ব্ৰিটেইনত মুকলি কৰা হোৱা নাই। কিন্তু বৃহস্পতিবাৰেই স্পেইনত সেয়া প্ৰকাশ পাইছে। তেতিয়াৰে পৰা এই গ্ৰন্থখনকলৈ চৰ্চা আৰম্ভ হৈছে। ইয়াৰ আগেয়ে হেৰীয়ে দাবী কৰা দেখা গৈছিল যে ভাতৃ উইলিয়ামে পত্নীৰ সন্মুখতে তেওঁৰ কলাৰত ধৰি মাটিত পেলাই দিছিল।এইবাৰ প্ৰিন্স হেৰীৰ পিতৃ কিং চাৰ্লছৰ এটা ‘নিম্ন ৰুচিৰ কৌতুক’ সন্মুখলৈ আহিছে। তেওঁ ৰাজকুমাৰক উপহাস কৰি কৈছিল, “কোনে ক’ব পাৰে মই তোমাৰ প্ৰকৃত পিতৃ হয় নে নহয়?’’

কিন্তু চাৰ্লছে কিয় এনে এক উদ্ভট কৌতুক কৰিছিল? হেৰীয়ে দাবী কৰে যে সেই সময়ত এটা উৰাবাতৰি বিয়পি পৰিছিল যে তেওঁ লেডী ডায়েনা আৰু মেজৰ হেউইটৰ পুত্ৰ আছিল! এনে ধৰণৰ উৰাবাতৰিৰ বাবে চাৰ্লছে সংযম হেৰুৱাইছিল। ৰসিকতা কৰিয়েই তেওঁ কৈছিল,”মই তোমাৰ পিতৃ হয় নে নহয় কোনে জানে? প্ৰিয় পুত্ৰ, হয়তো তোমাৰ পিতৃ ব্ৰডমুকত আছে।‘’ তেওঁ এনে কৌতুকক ‘নিম্ন ৰুচিৰ কৌতুক’ বুলি বৰ্ণনা কৰিছে।

লগতে পঢ়ক: দেশৰ এই তিনিটা বেংক ধন জমা ৰখাৰ বাবে আটাইতকৈ সুৰক্ষিত! আৰবিআইৰ তালিকা প্ৰকাশ

Apply Now

ইতিমধ্যে হেৰীয়ে তেওঁৰ ককায়েক উইলিয়ামৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে, “আমি দুই ভাতৃয়ে পাকঘৰত কথা পাতি আছিলো। সেই সময়ত উইলিয়ামে মোৰ পত্নী মেগানৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তাৰ পিছত তেওঁ মোক কলাৰত ধৰি মাটিত পেলাই দিলে। মই কুকুৰৰ খাদ্যৰ বাচনৰ ওপৰত পৰিছিলো। বাচনটো ভাঙি গৈছিল আৰু মোৰ পিঠিত আঘাত পাইছিলো। হতবাক হৈ মই অলপ সময়ৰ বাবে মাটিত পৰি ৰৈছিলোঁ। তেতিয়া মই থিয় হৈ উঠি উইলিয়ামক আঁতৰি যাবলৈ কৈছিলো।”

ব্ৰটিছি সংবাদপত্ৰ গাৰ্ডিয়ানৰ সূত্ৰই আন কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। উইলিয়াম আৰু কেটে হেৰীক এটা ফেন্সি ড্ৰেছ অনুষ্ঠানত নাজীসকলৰ কাপোৰ পিন্ধিবলৈ কৈছিল। এতিয়া চাৰ্লছৰ বিষয়টোও ফাদিল হৈ পৰিল। গ্ৰন্থখন প্ৰকাশ হোৱাৰ আগতে ইমান তথ্য কেনেকৈ ফাদিল হ’বলৈ পালে তাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। জানিব পৰা মতে, প্ৰকাশন প্ৰতিষ্ঠান পেংগুইনৰ বিৰুদ্ধেও এটা তদন্ত আৰম্ভ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

July 17, 2026 3:44 pm
প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd