• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিশ্চিহ্ন হৈ যাব নেকি যোশীমঠ! চিৰাচিৰ ফাটে আতংকিত কৰি তুলিছে যোশীমঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 7:38 pm
Joshimath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিনৰ পৰা উত্তৰাখণ্ডৰ যোশীমঠ নামৰ পাহাৰীয়া চহৰখনত আৰম্ভ হৈছে প্ৰাকৃতিক প্ৰলয়। পাহাৰীয়া চহৰখনৰ ভূপৃষ্ঠত প্ৰকাণ্ড ফাট মেলিছে। বাট পথটো মেলিছে প্ৰকাণ্ড ফাট। চহৰখনৰ সুউচ্চ আট্টালিকাই সাধাৰণ বাসগৃহৰ মজিয়া আৰু দেৱালতো মেলিছে প্ৰকাণ্ড ফাট।

ইয়াৰ পাছতে যোশীমঠবাসীৰ মাজত বিয়পি পৰিছে আতংক। বহু ভুক্তভোগী আতংকগ্ৰস্ত পৰিয়ালে ঘৰ এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে। প্ৰায় ৬৮ টাকৈ পৰিয়ালক ইতিমধ্যে চৰকাৰে সুৰক্ষিত স্থানলৈ স্থানাস্তৰো কৰিছে।

Apply Now

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ চৰকাৰে ৬০০ৰো অধিক বাসগৃহ থকা বিস্তৃত এক এলেকাক বিপদজনক অঞ্চল বুলি ঘোষণা কৰিছে। উক্ত ৬০০ টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি থকা বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে।

মুখ্যমন্ত্ৰী ধামীয়ে কয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোশীমঠক ৰক্ষা কৰিবলৈ সকলোধৰণৰ সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়েও সকলো পক্ষকে যোশীমঠক ৰক্ষাৰ স্বাৰ্থত সকলোপক্ষকে একত্ৰ্ৰিত হ’বলৈ আহ্বান জনাইছে।

পিছে নিঃসহায় মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ এই আহ্বানৰ সমসাময়িকভাৱে এই প্ৰাকৃতিক প্ৰলয়ৰ বাবে ধামীক এক অন্যতম দায়ী হিচাপে গণ্য কৰা হৈছে। উন্নয়নৰ নামত যোশীমঠক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই প্ৰলয়ৰ বাবে যোশীমঠৰ নিয়ৰ্মীয়মাণ ১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ টাৰ্লেনটোকে দায়ী কৰা হৈছে। স্থানীয় লোকৰ লগতে বিভিন্ন বিষেজ্ঞও এই টানেলটোৰ নিৰ্মাণৰ বাবেই এই প্ৰলয়ৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে। অৱশ্যে প্ৰতিষ্ঠানটোৱে এই দাবী নস্যাৎ কৰিছে। প্ৰতিষ্ঠানটোৱে টানেলটো নিৰ্মাণত কোনো ধৰণৰ ব্লাষ্টিং অৰ্থাৎ বোমা বিস্ফোৰণ কৰা নাই বুলিও দাবী কৰিছে।

বহু বাদ-প্ৰতিবাদ, বিৰোধ-ধৰ্ণাৰ পিছতো এই টানেলটো NTPCএ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উল্লেখ্য যে ১৯৭৬ চনতে মিশ্ৰ কমিটিয়ে যোশীমঠৰ বালি আৰু শিল আৱৰ্জনাৰ ওপৰত থকা বুলি প্ৰতিবেদন দিছিল।

উক্ত প্ৰতিবেদনত কোৱা হৈছিল যে কেইবাশৰ পৰা হাজাৰ বছৰ পূৰ্বে ভূমিস্খলন হোৱা ঠাইত যোশীমঠ চহৰ নিৰ্মাণ কৰা হৈছে। লগতে কোৱা হৈছিল যে আলাকনন্দ আৰু ধৌলিগংগাৰ নদীৰ সোঁতে আণ্ডাৰকাটিঙেও ভূমিস্খলন অনাত প্ৰভূত অৰহিণা যোগায়।

প্ৰতিবেদনৰ মতে এই নদীসমূহে আৱজৰ্না, ধ্বংসাৱশেষবোৰ উটুৱাই নি পাহাৰ আৰু বসতিপ্ৰধান অঞ্চলবোৰো খহাই নিবলৈ আৰম্ভ কৰে। কমিটিয়ে সেয়ে স্পৰ্শকাটৰ অঞ্চলটোত গধুৰ নিৰ্মাণ কাম, পথ মেৰামতি আৰু অন্যান্য নিৰ্মাণৰ বাবে শিল আঁতৰাবলৈ ব্লাষ্টিং কৰা বা শিল খান্দি, গছ কটা আদিত কঠোৰ বাধা আৰোপ কৰাৰ পৰামৰ্শ দিছিল।

কমিটিয়ে লগতে পৰামৰ্শ দিছিল যে ইয়াৰ বিপৰীতে অঞ্চলটোত গছ-গছনি আৰু ঘাঁহ ৰোপণৰ বাবে এক বৃহৎ অভিযান চলোৱা উচিত। লগতে, এঢলীয়া ঠাইত কৃষিকাৰ্য এৰাই চলা, পানীৰে পূৰ গাঁতবোৰ পকা কৰা আৰু আৰু পকা নলা-নৰ্দমাৰ মাজেৰে পাইপেৰে পানী বুৱাই নিয়া হওক।

অৰ্থাৎ অঞ্চলটোত যিকোনো পৰিস্থিতে পানী জমা হৈ থকা উচিত নহয় বুলিও কোৱা হৈছিল। ইয়াৰ পাছতো অঞ্চলটো নং ৰাষ্ট্ৰীয় ঘাইপথ, ১৮ কিলোমিটাৰ দৈর্ঘ্যৰ টানেল, বৃহৎ হাইড্ৰ’পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰা হৈছে।

গতিকে এনে এক ভৌগোলিকভাৱে অতি স্পৰ্শকাতৰ অঞ্চলত ১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ টানেল আৰু বৃহৎ হাইড্ৰ’পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ বিজ্ঞানসন্মত যুক্তিক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd