• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি হৈছিল! ভাৰতীয় প্ৰযোজকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ পাকিস্তানী অভিনেত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2023 5:45 pm
156
VIEWS
Share on FacebookShare on Twitter

এগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে পৰিচালক আৰু প্ৰযোজকৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। ছ’চিয়েল মিডিয়াযোগে দিয়া এক ভিডিঅ’ বাৰ্তাত তেওঁ এই অভিযোগ দাঙি ধৰিছে।

পাকিস্তানী অভিনেত্ৰী মেহৰীন শ্বাহে দৃশ্যগ্ৰহণৰ বাবে পৰিচালক আৰু প্ৰযোজকৰ সৈতে আজাৰবাইজানৰ বাকুলৈ গৈছিল। তেওঁ অভিযোগ কৰিছে যে পাকিস্তানী পৰিচালক চৈয়দ এহছান আলী জাইদী আৰু ভাৰতীয় প্ৰযোজক ৰাজ গুপ্তাই যৌন কৰ্মীসকলক তেওঁ থকা হোটেললৈ লৈ আনিছিল।

তেওঁলোকে আনকি মেহৰীনক এক অনৈতিক প্ৰস্তাৱ দিয়ে। অভিনেত্ৰীগৰাকীয়ে  তেওঁলোকৰ প্ৰস্তাৱত সঁহাৰি নিদিয়াৰ বাবে তেওঁলোকে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল।

 

ঘটনাটো কেইদিনমান আগতে সংঘটিত হৈছিল যদিও তেওঁ নীৰৱ আছিল। কিন্তু তেওঁ আৰু মৌন হৈ থাকিব নোৱাৰিলে আৰু ঘটনাটো সামাজিক মাধ্যমত এইদৰে প্ৰকাশ কৰে। মেহৰীনে কয় যে তেওঁ এতিয়াও আজাৰবাইজানত আবদ্ধ হৈ আছে।

 প্ৰস্তাৱটোত সন্মত নোহোৱাৰ বাবে তেওঁক কেৱল বেয়া ব্যৱহাৰ কৰাই নহয়, তেওঁক আনকি ভালকৈ খাবলৈ দিয়া হোৱা নাই। নোখোৱাকৈ কাম কৰাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছে। কিন্তু শ্বুটিং ছেটৰ পৰা তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই। আনকি তাৰপিছতো তেওঁলোকে তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে।

আনহাতে, এতিয়া তেওঁ দেশলৈ ঘূৰি আহিব বিচাৰে যদিও প্ৰযোজকে তেওঁক ঘৰলৈ উভতি অহাৰ ব্যৱস্থা কৰা নাই। গতিকে অভিনেত্ৰীগৰাকীয়ে বাধ্য হৈ নিজৰ দেশলৈ উভতি যাবলৈ নিজেই টিকট কিনিবলগীয়া হৈছে।

ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে পৰিচালক আৰু প্ৰযোজকৰ পৰা আন অভিনেত্ৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিছে। অৱশ্যে মেহৰীন শ্বাহৰ অভিযোগ সন্দৰ্ভত পৰিচালক বা প্ৰযোজকৰ পৰা কোনো মন্তব্য পোৱা হোৱা নাই।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd