• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আলোচনাত অসন্তুষ্ট! বৃজভূষণৰ অপসাৰণৰ দাবীত অটল প্ৰতিবাদী ভাৰতীয় মল্লযুঁজাৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 6:18 pm
Wrestlers protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদত বহা ভাৰতীয় মল্লযুঁজাৰুসকল আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। ফেডাৰেচনৰ সভাপতি আৰু প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগক লৈ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে আজিৰ আলোচনাৰ অন্তত সন্তুষ্ট নহয় বুলি স্পষ্ট কৰিছে।

প্ৰতিবাদী মল্লযুঁজাৰুসকলে দাবী পূৰণ নোহোৱালৈকে পুনৰ মল্লযুঁজৰ ৰিঙত নানামে বুলি লগতে দোহাৰিছে। বৈঠকৰ পাছতে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকে সংবাদ মাধ্যমৰ আগত আলোচনাৰ পৰা সন্তোষজনক সঁহাৰি পোৱা নাই বুলি মন্তব্য কৰে।

Apply Now

“আমি আলোচনাত সন্তোষজনক সঁহাৰি পোৱা নাই; কেৱল আশ্বাসহে দিয়া হৈছে, কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়া নাই। ফেডাৰেচনৰ মুৰব্বী অপসাৰণ নোহোৱালৈকে আৰু তেওঁ জেললৈ নোযোৱালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিম। আমাৰ ওচৰত প্ৰমাণ থকা ৫-৬ গৰাকী মহিলা খেলুৱৈ আছে। চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি আৰক্ষীৰ ওচৰলৈ যাম।”— তেওঁলোকে কয়।

বিজেপিৰ সদস্য তথা হাৰিয়ানা চৰকাৰৰ সদস্য অলিম্পিয়ান ববিতা ফ’গাটৰ নেতৃত্বত চৰকাৰী প্ৰতিনিধি দলৰ সৈতে বৈঠকৰ অন্তত মল্লযুঁজাৰু সকলে কয়, “আমি আইনী পথ ল’ব বিচৰা নাছিলো, কিয়নো প্ৰধানমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছিল। আমাৰ যুঁজ চৰকাৰৰ সৈতে নহয়, ফেডাৰেচনৰ সৈতেহে।”

আলোচনা সন্দৰ্ভত ববিতা ফ’গাটে কয়, “মই প্ৰথমে মল্লযুঁজাৰু। বিজেপি চৰকাৰ মল্লযুঁজাৰুসকলৰ লগত আছে। মই এগৰাকী মল্লযুঁজাৰু আৰু মই চৰকাৰতো আছো, গতিকে মধ্যস্থতা কৰাটো মোৰ দায়িত্ব। মোৰ কেৰিয়াৰতো নিৰ্যাতনৰ এনে দৃষ্টান্ত শুনিছো। এই কণ্ঠবোৰ গুৰুত্বপূৰ্ণ।”

উল্লেখ্য যে,বুধবাৰে ভিনেশ ফ’গাটে এই গুৰুতৰ অভিযোগ ৰাজহুৱা কৰাৰ পিছতে ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক ৭২ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। এই উত্থাপিত এই অভিযোগ খণ্ডন কৰিছে ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙে। বিজেপিৰ সাংসদ গৰাকীয়ে যৌন নিৰ্যাতনৰ অভিযোগক সঁচা বুলি প্ৰমাণ কৰিব পাৰিলে আত্মহত্যা কৰিব বুলি মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd