• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেলিফৰ্ণিয়াত গুলীয়াই ১০ জনক হত্যা বৃদ্ধ বন্দুকধাৰীৰ; আৰক্ষীৰ বেহুত আত্মঘাতী আততায়ী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 10:12 am
120
VIEWS
Share on FacebookShare on Twitter

কেলিফৰ্ণিয়াৰ মণ্টেৰী পাৰ্কৰ গুলীচালনাৰ মূল অভিযুক্ত আত্মঘাতী হৈছে। আৰক্ষীয়ে জনায় যে গুলীচালনাৰ পিছত পলাবলৈ লোৱাৰ সময়ত আততায়ীক চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছিল। পলাই যোৱাৰ কোনো উপায় নেদেখি অভিযুক্তই নিজৰ শৰীৰতে গুলী চলায়। ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।

শনিবাৰে বন্দুকধাৰীজনে মণ্টেৰী পাৰ্ক চহৰত চীনা নৱবৰ্ষ উদযাপনৰ বাবে আয়োজিত এক অনুষ্ঠানত আক্ৰমণ কৰে। অনুষ্ঠানটোৰ মাজতে নিৰ্বিচাৰ গুলীচালনা কৰা হয়। ঘটনাটোত কমেও ১০ জন লোক নিহত হৈছে আৰু আন বহুতো লোক আঘাতপ্ৰাপ্ত হৈছে।

লগতে পঢ়ক: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ; চৰকাৰ আৰু ন্যায়পালিকাৰ সংঘাতৰ মাজতে টুইট মোডীৰ

লছ এঞ্জেলছ আৰক্ষীয়ে জনায় যে শ্বুটাৰজনক ৭২ বছৰীয়া হু কেন ট্ৰান বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণটোৰ আঁৰত আৰ আন কোনো লোক নাছিল বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে এতিয়াও আক্ৰমণটোৰ আঁৰৰ উদ্দেশ্য নিশ্চিত কৰিব পৰা নাই।

৭২ বছৰীয়া বৃদ্ধজনে কিয় হঠাতে নৱবৰ্ষৰ অনুষ্ঠানত গুলীচালনা কৰিছিল আৰু ইমান লোকক হত্যা কৰাৰ পিছত কিয় আত্মঘাতী হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আক্ৰমণটোৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিবলৈ তৎপৰ হৈ পৰিছে। তেওঁলোকে বিতং তদন্ত কৰি আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, আক্ৰমণৰ পিছত অভিযুক্তজনে এখন ভানত পলাইছিল। পুলিচে ভানখন অনুসৰণ কৰিছিল। তেতিয়া ভানখনৰ ভিতৰৰ পৰা গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল। তাৰ পিছত, দেখা গৈছিল যে বৃদ্ধজনে নিজৰ শৰীৰত গুলী চলাইছিল। তেওঁৰ শৰীৰত মাত্ৰ এটা গুলীৰ আঘাত পোৱা গৈছে।

লগতে পঢ়ক: প্ৰতিটো ভোটৰ বাবদ ৬,০০০ টকা দিয়াৰ ঘোষণা; বিজেপি নেতাৰ মন্তব্যই জোকাৰিছে কৰ্ণাটক

উল্লেখ্য যে শনিবাৰে চীনা নৱবৰ্ষ আছিল। সেই উপলক্ষে মণ্টেৰী পাৰ্কত বহুতো লোক একত্ৰিত হৈছিল। অনুষ্ঠানৰ সময়ত, শনিবাৰে স্থানীয় সময় অনুসৰি নিশা ১০ বজাৰ পিছত, শুনা গৈছিল যে এজন বন্দুকধাৰীয়ে মেচিনগান লৈ চহৰত ঘূৰি ফুৰিছে। তেওঁ নিৰ্বিচাৰভাৱে গুলীচালনা কৰি আছে। যিয়ে যেনেকৈ পাৰে পলাইছিল। গুলীচালনাত আহতসকল স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Recent News

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd