• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ খামৰ চিঠিখন শ্ৰাদ্ধৰ আগত নুখুলিবলৈ আহ্বান নীলমণি ফুকনৰ পৰিয়ালৰ

২০০৪ চনত সাংবাদিক নিত্য বৰাৰ হাতত দি গৈছিল এটা বন্ধ খাম। খামটোত লিখা আছিল – “মই যোৱাৰ পিছতহে খামটো খুলিবা। বিশ্বাসটো ৰাখিবা।”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 12:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কবি নীলমণি ফুকনৰ সম্পৰ্কে কবিতা চুৰিৰ মিছা অভিযোগ দি এসময়ত কবিজনৰ কাব্য জীৱন নিশেষ কৰাৰ চেষ্টা কৰিছিল এটা দুষ্ট চক্ৰই। সেই সময়ত এই দুষ্টচক্ৰটোত কোন কোন আছে তথা কোনে নীলমণি ফুকনৰ সাহিত্যিক জীৱন শেষ কৰি দিয়াৰ চেষ্টা কৰিছিল সেয়া লাহে লাহে গম পাইছিল কবিজনাই।

এই ষড়যন্ত্ৰই গভীৰ মনোকষ্ট দিছিল সংবেদনশীল কবিজনাক। সেই সময়ত অনেকৰ তিৰষ্কাৰৰ সমুখীনো হৈছিল কবিজনা। অৱশেষত কেইজনমান সতীৰ্থৰ সহায়ত ফাদিল কৰিছিল এই ষড়যন্ত্ৰৰ আঁৰৰ গোটেই কাহিনী।

দক্ষিণ ভাৰতৰ এখন আলোচনীত প্ৰকাশ পোৱা এজন স্পেনিছ কবিৰ কবিতা চুৰিৰ অভিযোগ আনিছিল এটি ষড়যন্ত্ৰকাৰী দলে। পিছত পোহৰলৈ আহিছিল আচল সত্য। তেনে কোনো আলোচনী নাছিলেই দক্ষিণ ভাৰতত। লগতে পোহৰলৈ আহিছিল কোন জড়িত হৈ আছিল এই অন্যায় কৰ্মৰ লগত।

কবি নীলমণি ফুকনে সেই সময়ত ইয়াৰ আঁৰত থকা সকলো মানুহৰ নাম জানিছিল যদিও প্ৰকাশ কৰা নাছিল সেই সকলৰ নাম। তাৰ সলনি ২০০৪ চনত সাংবাদিক নিত্য বৰাৰ হাতত দি গৈছিল এটা বন্ধ খাম। খামটোত লিখা আছিল – “মই যোৱাৰ পিছতহে খামটো খুলিবা। বিশ্বাসটো ৰাখিবা।”

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে সেই সময়ৰ প্ৰতিষ্ঠিত কেইজনমান সাহিত্যকৰ্মীয়েই জড়িত আছিল এই ষড়যন্ত্ৰৰ লগত।

যোৱা ১৯ জানুৱাৰীত নীলমণি ফুকনৰ মৃত্যু হোৱাৰ পাছতেই চৰ্চালৈ আহিছিল নিত্য বৰাৰ হাতত থকা সেই বন্ধ খামটোৰ কথা। অহা মঙল বাৰে তথা ২৪ জানুৱাৰীৰ দিনা সংবাদমেল আয়োজন কৰি খোলাৰ কথা আছিল ইমান দিনে বন্ধ হৈ থকা খামটো।

কিন্তু এতিয়া কবিজনাৰ পৰিয়ালে সাংবাদিক নিত্য বৰাক কবিজনাৰ আদ্যশ্ৰাদ্ধ নোযোৱালৈকে নুখুলিবলৈ আহ্বান জনাইছে সেই খামটো।

জানিব পৰা মতে কবি পৰিয়ালৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই নিত্য বৰাই বাতিল কৰিছে মঙল বাৰে খামটো খোলাৰ সিদ্ধান্ত। ইয়াৰ পৰিৱৰ্তে আদ্যশ্ৰাদ্ধৰ পিছতহে খামটো খোলা হ’ব বুলি প্ৰকাশ কৰিছে সাংবাদিক গৰাকীয়ে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd