• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শিক্ষা ব্যৱস্থাক মুনাফা অৰ্জনৰ আহিলা ৰূপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা!

গুণোৎসৱত সৰ্বশিক্ষাৰ বেমেজালিৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 8:22 pm
AAP Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ গুণোৎসৱত ৰাজ্যৰ শিক্ষা বিভাগৰ অদক্ষতাৰ ফলত সৃষ্টি হৈছে চূড়ান্ত বেমেজালি। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰিছে আম আদমি পাৰ্টী। আপৰ অভিযোগ মতে সৰ্বশিক্ষাই নিৰীক্ষক ৰূপে নিৰ্বাচন কৰা শিক্ষকসকলৰ বহুৰে মৃত্যু ঘটিছে, লগতে বহুতো শিক্ষক স্বাস্থ্যজনিত কাৰণত ছুটীত আছে।

এনে পৰিস্থিতিত বিদ্যালয় আৰু শিক্ষাৰ্থীৰ প্রকৃত মূল্যায়ন নহ’ব বুলি দলটোৱে অভিযোগ কৰিছে৷ এক বিবৃতিযোগে আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে ২০১৭ চনৰ গুণোৎসৱৰ ফলাফলৰ পাছতো বিজেপি চৰকাৰে বিশেষ ব্যৱস্থা নকৰি ভাল ফলাফল দেখুৱাব নোৱাৰা বিদ্যালয়ৰ বাবে শিক্ষককে জগৰীয়া কৰি এফালৰ পৰা বিদ্যালয়সমূহ বন্ধ কৰি গৈছে।

লগতে ২০১৭ চনৰ পৰা বৰ্তমানলৈকে চলা গুণোৎসৱৰ প্রধান কাম এতিয়া চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাহে হৈ পৰিছে বুলি উল্লেখ কৰে আপৰ নেতাগৰাকীয়ে। বিগত বৰ্ষৰ গুণোৎসৱত যিবোৰ বিদ্যালয়ে সাফল্য দেখুৱাব পৰা নাই, সেইসমূহ বিদ্যালয়ৰ উন্নয়নৰ বাবে চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি তেওঁ লগতে দাবী কৰে।

ভবেন চৌধুৰীয়ে লগতে কয় যে অসম চৰকাৰে অসমৰ শিক্ষা ক্ষেত্ৰখনৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ ওপৰত দি চৰকাৰৰ দায়িত্ব সামৰাৰ ব্যৱস্থা কৰিছে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিজৰ দায়িত্ব সামৰি ব্যক্তিগত খণ্ডৰ হাতত অসমৰ শিক্ষা ব্যৱস্থাক মুনাফা অৰ্জনৰ আহিলাৰূপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে বুলি আম আদমি পাৰ্টীয়ে অভিযোগ কৰে। লগতে

তদুপৰি আপে বৰ্তমানৰ চৰকাৰখনক এই বেমেজালি তথা বহু খেলিমেলিৰে কোটি কোটি টকা খৰচ কৰি গুণোৎসৱ পতাৰ পৰিৱতে অসমৰ শিক্ষাৰ আন্তঃগাঁথনি আৰু শিক্ষাৰ মান উন্নত কৰিবলৈ আহ্বান জনায়।

আপৰ মতে, অসমৰ বিদ্যালয়ৰ মূল সমস্যা ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, বিদ্যালয় গৃহৰ সমস্যা, বিদ্যালয় এখনত থাকিব লগা পুথিভঁৰাল, বিজ্ঞানগাৰৰ অভাৱ, বিদ্যুৎ সংযোগ,খোৱা-পানী, শৌচালয়ৰ অভাৱ, সুস্থ খেলা-ধূলাৰ পৰিৱেশৰ অভাৱ।

গুণোৎসৱৰ লগতে এই বিষয়সমূহৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি দলটোৱে বিবৃতি যোগে ৰাজ্য চৰকাৰলৈ পৰামৰ্শ আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd