• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলো মিছাৰ ওপৰত চলি আছে; মোডীৰ ওচৰত চাৰ্জিকেল ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাই: দিগ্বিজয় সিং

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 24, 2023 2:30 pm
116
VIEWS
Share on FacebookShare on Twitter

পুলৱামা আক্ৰমণৰ পিছত পাকিস্তানৰ বালাকোটত চাৰ্জিকেল ষ্ট্ৰাইকক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে। সোমবাৰে জম্মুত এক সমাৱেশত সম্বোধন কৰি দিগ্বিজয়ে কয় যে মোডী চৰকাৰে ২০১৯ চনত পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কৈছিল। মোডী চৰকাৰে কৈছিল যে চাৰ্জিকেল ষ্ট্ৰাইকত বহুলোকৰ মৃত্যু হৈছিল। কিন্তু তাৰ কোনো প্ৰমাণ নাই।

চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতে কংগ্ৰেছে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াকে লৈ বিজেপিয়ে আস্ফালন কৰিবলৈ ধৰে। প্ৰশ্ন উত্থাপিত হৈছিল যে কংগ্ৰেছে সেনাৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু বিতৰ্কটো ৰৈ গৈছে।

দিগ্বিজয়ে কয়, “কেন্দ্ৰীয় চৰকাৰে মিছাকথাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। মোৰ কথাটো হ’ল যে এই দেশখন আমাৰ সকলোৰে।‘’

পুলৱামা আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱানে প্ৰাণ হেৰুৱাইছিল। প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি দিগ্বিজয়ে কয় যে এটা বিশাল কনভয় গৈ আছে। তাত এখন গাড়ী সোমাই গ’ল। চেক কৰাই নহ’ল! চিআৰপিএফৰ সঞ্চালকজনে কৈছিল যে চিআৰপিএফৰ জোৱানসকলক বিমানেৰে লৈ যোৱা হ’ব। কিন্তু ইয়াক মানি লোৱা নহ’ল। এয়াৰলিফ্টৰ বিষয়ে আলোচনা কৰা হৈছিল কাৰণ জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা পথৰ সেই ঠাইখন অতি বিপদজনক। যিকোনো মুহূৰ্তত সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’ব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে এয়াৰলিফ্টৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল।

পুলৱানমাৰ কথা উল্লেখ কৰি দিগ্বিজয়ে কয়, ” সেই অঞ্চলটোত প্ৰতিখন বাহনত তালাচী চলোৱা হয়। আক্ৰমণৰ দিনা বিশেষ স্ক’ৰপিঅ’ গাড়ীখনৰ কিয় তালাচী কৰা হোৱা নাছিল? এখন গাড়ী বিপৰীত ফালৰ পৰা আহি কনভয়ত প্ৰৱেশ কৰিছিল! সেই গাড়ীখন আগতে কিয় আৱদ্ধ কৰা হোৱা নাছিল? আক্ৰমণৰ পিছত চিআৰপিএফ ভানে ইয়াক পৰীক্ষা কৰিছিল। ৪০ জন সেনাৰ প্ৰাণ গ’ল।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd