• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰসঙ্গ: গণৰাজ্য দিৱস; কিছু জানিবলগীয়া তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 6:31 pm
Republic Day quiz
276
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ দেশে পালন কৰিব ৭৪ তম গণৰাজ্য দিৱস। বিশ্বৰ বৃহত্তম গনতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণৰাজ্য দিৱসৰ আছে এক সুকীয়া মহত্ব। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত জানো আহক কিছু বিশেষ তথ্য:

 

Apply Now

১) গণৰাজ্য দিৱস কিয় পালন কৰা হয়?
ক) ভাৰতৰ স্বাধীনতা উদযাপন কৰিবলৈ
খ) ভাৰতৰ সংবিধান গৃহীত হোৱা দিনটোৰ স্মৃতিত
গ) ওপৰৰ কোনোটোৱেই নহয়

উত্তৰ: খ) ভাৰতৰ সংবিধান গৃহীত হোৱা দিনটোৰ স্মৃতিত

 

২) ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল?

ক) ১৯৫০ চন

খ) ১৯৪৯ চন

গ) ১৯৪৭ চন

ঘ) ১৯৪৮ চন

উত্তৰ : খ) ১৯৪৯ চন

 

৩) ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হয়?

ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী

খ) ১৯৪৭ চনৰ ১৫ আগষ্ট

গ) ১৯৪৯ চনৰ ২ জুন

ঘ) ১৯৪৮ চনৰ ২৬ জানুৱাৰী

উত্তৰঃ ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী

 

৪) ২০২৩ চনৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু কি?

ক) জন ভাগীদাৰী (সাধাৰণ ৰাইজৰ অংশগ্ৰহণ)

খ) আত্মনিৰ্ভৰ ভাৰত

গ) ফিট ইণ্ডিয়া মুভমেণ্ট

ঘ) বন্দে মাতৰম

উত্তৰঃ ক) জন ভাগীদাৰী (সাধাৰণ ৰাইজৰ অংশগ্ৰহণ)

 

৫) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল?

ক) মহাত্মা গান্ধী

খ) জৱাহৰলাল নেহৰু

গ) চৰ্দাৰ পেটেল

ঘ) পিংগলী ভেংকয়া

উত্তৰঃ ঘ) পিংগলী ভেংকয়া

 

৬) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

ক) ৰাজেন্দ্ৰ প্ৰসাদ

খ) সৰ্বপল্লী ৰাধাকৃষ্ণন

গ) জাকিৰ হুছেইন

ঘ) শংকৰ দয়াল শৰ্মা

উত্তৰঃ ক) ৰাজেন্দ্ৰ প্ৰসাদ

 

৭) ৰাষ্ট্ৰপতিৰ দেহৰক্ষী ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কোনটো শাখাৰ ইউনিট?

ক) সেনাবাহিনী (আৰ্মী)

খ) নৌসেনা

গ) বায়ুসেনা

ঘ) উপকূলৰক্ষী বাহিনী

উত্তৰঃ ক) সেনাবাহিনী (আৰ্মী)

 

৮) গণৰাজ্য দিৱসৰ অনুষ্ঠানত কোনে পতাকা উত্তোলন কৰে?

ক) ৰাষ্ট্ৰপতি

খ) প্ৰধানমন্ত্ৰী

গ)প্ৰতিৰক্ষা মন্ত্ৰী

ঘ) গৃহমন্ত্ৰী

উত্তৰ: ক) ৰাষ্ট্ৰপতি

 

৯)ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কিমান সময় লাগিছিল?

ক) ২ বছৰ, ১১ মাহ, ১৭ দিন

খ) ৩ বছৰ, ১০ মাহ, ২৮ দিন

গ) ৪ বছৰ, ৯ মাহ, ১৭ দিন

ঘ) ১ বছৰ, ১১ মাহ, ১৭ দিন

উত্তৰ: ক) ২ বছৰ, ১১ মাহ, ১৭ দিন

 

১০) ভাৰতীয় সংবিধানত কেইটা মৌলিক কৰ্তব্য আছে?

ক)৬

খ)৭

গ) ৯

ঘ) ১১

উত্তৰ: ঘ) ১১

 

১১) কোনটো অনুষ্ঠানত গণৰাজ্য দিৱস উদযাপনৰ অন্ত পৰে?

ক) গণৰাজ্য দিৱসৰ পেৰেড

খ) বিটিং ৰিট্ৰিট

গ) ৰাষ্ট্ৰপতিৰ জাতিলৈ ভাষণ

ঘ) ওপৰৰ কোনোটোৱেই নহয়

উত্তৰ: খ) বিটিং ৰিট্ৰিট

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd