• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড্ৰাগছ মাফিয়াই হত্যা কৰিছিল দুজনকৈ সাংবাদিকক

জানিব পৰা মতে আমাজনৰ জংঘল আৰু জলাশয়ত অবৈধভাবে মাছ ধৰা, ড্ৰাগছ সৰবৰাহ, খনিজ নিষ্কাশন, কাঠ সৰবৰাহৰ বিষয়ে অনুসন্ধান তথা গৱেষণা কৰিছিল সাংবাদিক দুগৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2023 8:49 am
70
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰৰ জুন মাহত আমাজন জংঘলত উদ্ধাৰ হৈছিল দুটা মৃতদেহ। এজন ব্ৰিটিছ সাংবাদিক তথা গৱেষক ডম ফিলিপছ । আনজন হৈছে ব্ৰাজিলৰ পৰিৱেশ কৰ্মী ব্ৰুনো পেৰেইৰা

জানিব পৰা মতে আমাজনৰ জংঘল আৰু জলাশয়ত অবৈধভাবে মাছ ধৰা, ড্ৰাগছ সৰবৰাহ, খনিজ নিষ্কাশন, কাঠ সৰবৰাহৰ বিষয়ে অনুসন্ধান তথা গৱেষণা কৰিছিল সাংবাদিক দুগৰাকীয়ে। তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছিল যে তাৰ বাবেই সাংবাদিকপ দুজনক ড্ৰাগছ সৰবৰাহকাৰীয়ে হত্যা কৰিছিল।

ব্ৰাজিলৰ আৰক্ষীয়ে সোমবাৰে কয় যে তেওঁলোকৰ সন্দেহ সঁচা বুলি যথেষ্ট প্ৰমাণ লাভ কৰিছে। ৰুবেন ডি চিলভা ভিলা ওৰফে কলম্বিয়া নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।

আমাজন অঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত থকা ফেডাৰেল আৰক্ষী অধীক্ষক এডুয়াৰ্ডো ফণ্টেছে সংবাদমেলত কয় যে তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে। তদন্তৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে।

ব্ৰুনোৰ হত্যাকাণ্ডৰ বাবে কলম্বিয়াত তিনিজন লোক দায়ী বুলি ফণ্টেছে কয়। ইতিমধ্যে পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে  এই তিনিজন লোকক।

যোৱা বছৰৰ ৫ জুনত ডম আৰু ব্ৰুনোক আমাজনৰ গভীৰ অৰণ্যৰ মাজত গুলীয়াই হত্যা কৰা হৈছিল। মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল।  ইতিমধ্যে আৰক্ষীৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ পোৱা গৈছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd