• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পদ্মশ্ৰী সন্মানেৰে সন্মানিত মাত্ৰ ২০ টকাত সেৱা আগবঢ়োৱা চিকিৎসক ডাঃ এম চি দাৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2023 4:15 pm
Dr M C Dawar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য প্ৰদেশৰ জবলপুৰ জিলাৰ এগৰাকী ৭৭ বছৰীয়া চিকিৎসক। নাম তেওঁৰ ডাঃ এম চি দাৱাৰ। মানৱদৰদী দাৱাৰে আজিৰ দিনতো ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত মাচুল হিচাপে লয় মাত্ৰ ২০ টকা।

সাধাৰণ জনতাক সেৱা আগবঢ়োৱাৰ স্বাৰ্থত মাত্ৰ ২০ টকা মাচুল লোৱা দাৱাৰ সন্মানিত হৈছে চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মানেৰে।

Apply Now

বুধবাৰে সন্ধিয়া ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ভাৰত চৰকাৰে ঘোষণা কৰা পদ্ম বঁটা বিজয়ীসকলৰ তালিকাত স্থান দিয়া হয় এই মানৱদৰদী চিকিৎসকগৰাকীকো।

১৯৪৬ চনৰ ১৬ জানুৱাৰীত পাকিস্তানৰ পঞ্জাৱত জন্মগ্ৰহণ কৰা ড° দাৱাৰে বিভাজনৰ পিছত ভাৰতলৈ আহে। ১৯৬৭ চনত জবলপুৰৰ পৰা এম বি বি এছ ডিগ্ৰী সম্পূৰ্ণ কৰে।

১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় সেনাবাহিনীতো তেওঁ প্ৰায় এবছৰ ধৰি সেৱা আগবঢ়াইছিল। ইয়াৰ পিছত তেওঁ ১৯৭২ চনৰ পৰাই অতি নামমাত্ৰ মূল্যত জবলপুৰৰ লোকসকলক স্বাস্থ্যসেৱা আগবঢ়াই আহিছে।

প্ৰথমে মাত্ৰ ২ টকা মাচুলত ৰোগীৰ চিকিৎসা আৰম্ভ কৰিছিল ডাঃ এম চি দাৱাৰে। বৰ্তমান তেওঁ ৰোগীৰ পৰা মাচুল হিচাপে লয় মাত্ৰ ২০ টকা।

পদ্মশ্ৰীৰে সন্মানিত হোৱাৰ পিছতে আনন্দ প্ৰকাশ কৰে ড০ দাৱাৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “যদিও পলম হয়, কঠোৰ শ্ৰমে কেতিয়াবা হ’লেও ফল দিয়ে। শ্ৰমৰ ফল আৰু ৰাইজৰ আশীৰ্বাদত মই এই বঁটা লাভ কৰিছো।”

জীৱনৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি তেওঁ কয়, “ইমান কম মাচুল লোৱাৰ কথা ঘৰত নিশ্চিতভাৱে আলোচনা হৈছিল, কিন্তু এই বিষয়ে কোনো বিবাদ হোৱা নাছিল। আমাৰ একমাত্ৰ লক্ষ্য আছিল ৰাইজৰ সেৱা কৰা, গতিকে সেইবাবেই মাচুল বৃদ্ধি কৰা হোৱা নাছিল।”

“সফলতাৰ মূল মন্ত্ৰ হৈছে ধৈৰ্য্যৰে কাম কৰা। যদি ধৈৰ্য্যৰে কাম কৰে, তেতিয়া আপুনি নিশ্চিতভাৱে সফলতা পাব আৰু সফলতাকো সন্মান কৰা হয়।”- মানৱদৰদী চিকিৎসকগৰাকীয়ে লগতে কয়।

আনহাতে ড০ দাৱাৰৰ পুত্ৰই কয়, “আমি আগতে ভাবিছিলো যে বঁটা কেৱল ৰাজনৈতিক প্ৰসাৰতাৰ বাবেহে দিয়া হয়, কিন্তু চৰকাৰে যিদৰে তলৰ পৰ্যায়ত কাম কৰা লোকসকলক বিচাৰি উলিয়াই সন্মান জনাইছে, সেয়া অতি ভাল কথা।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd