• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী ষ্টেশ্যনত পুনৰ ১২ কেজি গাঞ্জা উদ্ধাৰ ৰে’ল আৰক্ষীৰ

এনই নাও নিউজ by এনই নাও নিউজ
April 29, 2018 2:41 pm
GANJA
96
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ষ্টেশ্যনত আজি ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এক অভিযান চলাই  ১২ কেজি পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গোপন সূত্ৰৰ তথ্য অনুসৰি ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছত অভিযান চলাই ৰে’ল আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৰে’ল আৰক্ষীয়ে।

উল্লেখযোগ্য যে শনিবাৰে গুৱাহাটী ষ্টেশ্যনত ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এক অভিযান চলাই  ৪০ কেজি পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

ডিব্ৰুগড়ৰ পৰা চণ্ডীগড় অভিমুখী ৰেলখনৰ প্ৰস্ৰাৱাগাৰত এই গাঞ্জাখিনি উদ্ধাৰ কৰা হৈছিল। অৱশ্যে এই সন্দৰ্ভত কোনো লোকক আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

গুৱাহাটীৰ ৰেল আৰক্ষীয়ে শনিবাৰে তেওঁলোকৰ নিয়মীয়া তালাচীৰ সময়ত উক্ত গাঞ্জাখিনি জব্দ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে গাঞ্জাখিনি ক’ৰ পৰা আৰু ক’লৈ নিবলৈ এনেদৰে অনা হৈছিল সেই বিষয়ে ৰে’ল আৰক্ষীয়ে কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

শেহতীয়াকৈ অসমত এনেধৰণে নিষিদ্ধ গাঞ্জা সৰবৰাহৰ ঘটনা দিনকদিনে বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা বিশেষকৈ মণিপুৰৰ পৰা গুৱাহাটী হৈ বাহিৰলৈ গাঞ্জাকে ধৰি বিভিন্ন নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে দুষ্টচক্ৰই।

জানিব পৰা মতে বিগত দুমাহত ৰে’ল আৰক্ষী আৰু ৰাজহ চোৰাংচোৱা বিভাগে গুৱাহাটী ষ্টেশ্যনত গাঞ্জাৰ লগতে বৃহৎ পৰিমানৰ অবৈধ চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম হৈছে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd