• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2023 8:45 pm
130
VIEWS
Share on FacebookShare on Twitter

হিণ্ডেনবাৰ্গৰ বিস্ফোৰক প্ৰতিবেদনৰ পাছতে যোৱা দুদিন ধৰি আদানী গ্ৰুপৰ শ্বেয়াৰত বৃহৎ পতন ঘটিছে। যোৱা দুটা দিনতে আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত আদানী গ্ৰুপৰ প্ৰায় ৪ লাখ কোটি টকা লোকচান হৈছে।

আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ ফলত এতিয়া ক্ষতিগ্ৰস্ত হৈছে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC। আদানী গ্ৰুপৰ পাঁচটা কোম্পানীত এল আই চিৰ অংশীদাৰিত্ব আছে। এই কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত এল আই চিৰ ১৬,৬২৭ কোটি টকা লোকচান হৈছে।

শুকুৰবাৰে আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ ফলত এল আই চিৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পায়। মঙলবাৰে এল আই চিৰ হোল্ডিং ৭২,১৯৩ কোটিৰ পৰা ৫৫,৫৬৫ কোটিলৈ হ্ৰাস পায়।শুকুৰবাৰে এল আই চিৰ শ্বেয়াৰৰ মূল্যৰ ওপৰতো হেঁচা দেখা গৈছিল। দুটা দিনত এল আই চিৰ শ্বেয়াৰ মুঠ ২২ শতাংশ হ্ৰাস পাইছে।

আদানীৰ শ্বেয়াৰ কিমান পতন ঘটিছে?

আদানী গ্ৰুপৰ টোটেল গেছত এল আই চিৰ ৫.৯৬ শতাংশ অংশীদাৰিত্ব আছে আৰু শুকুৰবাৰে এই শ্বেয়াৰ ২০ শতাংশ হ্ৰাস পাইছে।

আদানী এণ্টাৰপ্ৰাইজেছত এল আই চিৰ ৪.২৩ শতাংশ অংশীদাৰিত্ব আছে আৰু ইয়াৰো শ্বেয়াৰৰ মূল্য ১৮.৫ শতাংশ হ্ৰাস পাইছে।

আদানী ট্ৰেন্সমিছনত এল আই চিৰ অংশীদাৰিত্ব পৰিমাণ হ’ল ৩.৬৫ শতাংশ আৰু ইয়াৰ শ্বেয়াৰৰ মূল্য ১৯.৯৯ শতাংশ হ্ৰাস পাইছে।

আদানী বন্দৰত এল আই চিৰ হাতত ৯.১ শতাংশ অংশীদাৰিত্ব আছে আৰু ইয়াৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ হ্ৰাস পাইছে।

আদানী গ্ৰীণ এনাৰ্জীতো এল আই চিৰ ১.২৮ শতাংশ অংশীদাৰিত্ব আছে আৰু ইয়াত আদানীৰ অংশীদাৰিত্ব ২০ শতাংশ হ্ৰাস পাইছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd