• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2023 8:08 pm
Shankar Mishra
141
VIEWS
Share on FacebookShare on Twitter

মুকলি আকাশৰ তললৈ অহাৰ পথ সুগম হৈছে বিতৰ্কিত শংকৰ মিশ্ৰৰ। আজি দিল্লীৰ আদালতে যোৱা বৰ্ষৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা মিশ্ৰৰ জামিন মঞ্জুৰ কৰে।

দিল্লী আৰক্ষীয়ে আদালতত মিশ্ৰৰ জামিন আৱেদনৰ বিৰোধিতা কৰি যুক্তি প্ৰদৰ্শন কৰিছিল যদিও আদালতে মঞ্জুৰ কৰে মিশ্ৰৰ জামিন। দিল্লী আৰক্ষীয়ে মিশ্ৰৰ এনে লজ্জাজনক কাণ্ডৰ বাবে ভাৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বদনামৰ বলি হোৱা বুলি যুক্তি দৰ্শায়।

কিন্তু গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশগৰাকীয়ে এই ঘটনাক ঘৃণনীয় বুলি স্বীকাৰ কৰিলেও আইনী দিশেৰে বিষয়টোৰ বিবেচনা কৰি আৰক্ষীৰ আবেদন অস্বীকাৰ কৰে আৰু শংকৰ মিশ্ৰক জামিন প্ৰদান কৰে।

উল্লেখ্য যে ১১ জানুৱাৰীত এখন দণ্ডাধীশ আদালতে মিশ্ৰৰ জামিন আবেদন অগ্ৰাহ্য কৰি মিশ্ৰৰ দ্বাৰা হোৱা কাৰ্যক অত্যন্ত ঘৃণনীয় বুলি অভিহিত কৰিছিল।

লক্ষণীয়ভাৱে এই ঘটনাৰ পাছতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থা এয়াৰ ইণ্ডিয়াক ৩০ লাখ টকা জৰিমনা বিহিছিল। লগতে বিমানখনৰ ভাৰপ্ৰাপ্ত পাইলটৰ অনুজ্ঞাপত্ৰ তিনি মাহৰ বাবে নিলম্বিত কৰিছিল।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তদুপৰি নিজৰ কৰ্তব্য পালনত গাফিলতিৰ অভিযোগত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাৰ সঞ্চালককো ৩ লাখ টকাৰ জৰিমনা বিহিছিল।

আনহাতে এয়াৰ ইণ্ডিয়াই শংকৰ মিশ্ৰৰ ওপৰত জাৰি কৰা ৩০ দিনৰ নিষেধাজ্ঞাৰ উপৰিও চলিত মাহৰ আৰম্ভণিতে চাৰি মাহৰ বাবে বিমান চলাচল নিষেধাজ্ঞা আৰোপ কৰিছিল।

Recent News

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd