• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন ই নাও নিউজ, শ্বিলং by এন ই নাও নিউজ, শ্বিলং
February 3, 2023 9:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন পি পি আৰু বিজেপিৰ ভিতৰুৱা মিত্ৰতা উদঙাই দি বৃহস্পতিবাৰে মেঘালয় তৃণমূল কংগ্ৰেছৰ নেতা এন্ডিউ ছুল্লাই–এ কয় যে এন পি পিয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ পৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ পাছতো ২০১৮ চনত বিজেপিৰ সৈতে এন পি পি– এ মিত্ৰতা কৰা বুলি তীব্ৰ সমালোচনা কৰিছে টিমএমচিৰ নেতাগৰাকীৰে।

বিজেপিৰ বিভাজনকাৰী এজেণ্ডা আৰু নিকৃষ্ট ৰাজনীতিৰ নীৰৱ দৰ্শক হিচাপে কাম কৰা বুলি এনপিপিক তীব্ৰ সমালোচনা কৰে ছুল্লাই।

Apply Now

লগতে ছুল্লাই কয় যে – তৃণমুল কংগ্ৰেছ একমাত্ৰ ৰাজনৈতিক দল যিয়ে বিজেপিৰ সত্যতা উদঙাই আহিছে। ২০১৪ চনৰ খ্ৰীষ্টান লোকসকলে তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে। গতিকে, এন পি পি যদি সঁচাকৈয়ে গণমুখী হ’লহেঁতেন তেন্তে তেওঁলোক বিজেপিৰ সৈতে মিত্ৰতা নকৰিলেহেঁতেন। এক ঐক্যবদ্ধ কেডাৰেৰে টিএমচিয়ে মেঘালয়ৰ জনসাধাৰণৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে ৰাখি প্ৰতিশ্ৰুতি পূৰণৰ বাবে আন্তৰিকতাৰে কাম কৰি যাব।

এন পি পিৰ ভিত্তিহীন অপপ্ৰচাৰৰ কথা উল্লেখ কৰি টিএমচিৰ নেতাগৰাকীয়ে লগতে কয় যে এনপিপি আৰু বিজেপিয়ে মিলি ৰাজ্যখনক বছৰ বছৰ ধৰি পিছুৱাই নিছে।

ছুল্লাই লগতে কয় যে – ৰাজনৈতিক দলসমূহে কেৱল টিএমচিক প্ৰতিহত কৰিবলৈ মুখপাত্ৰসকলক নিয়োজিত কৰাটো পৰ্যবেক্ষণ কৰি আমি আনন্দিত হৈছোঁ। ইয়াৰ পৰা দেখা যায় যে আমি কিবা এটা সঠিক কাম কৰি আছো আৰু ইয়াৰ ফলত শাসকীয় দলসমূহত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

মেঘালয় টিএমচিয়ে বাৰে বাৰে উল্লেখ কৰি আহিছে যে এনপিপি বিজেপিৰ সৈতে হেণ্ড ইন গ্লভছ আৰু কংগ্ৰেছে ৰাজ্যত বিশ্বাসযোগ্য বিৰোধী হিচাপে কাম কৰাত ব্যৰ্থ হৈছে।

এন পি পিক তেওঁলোকৰ কামৰ দস্তাবেজ দাখিল কৰিবলৈ প্ৰত্যাহ্বান জনাই ছুল্লাই কয়, “টিএমচিৰ ১০টা প্ৰতিশ্ৰুতিক আক্ৰমণ কৰাসকলে উত্তৰ দিব লাগে। আপোনালোকৰ ৰিপ’ৰ্ট কাৰ্ড ক’ত? সত্যটো হ’ল যে এন পি পিয়ে ৰাইজৰ মৌলিক প্ৰয়োজনীয়তা কৰাত ব্যৰ্থ হ’ল। গতিকে তেওঁলোকে ৰিপ’ৰ্ট কাৰ্ড দেখুৱাব পৰা নাই।

“এনপিপি সুবিধাবাদী আৰু অবিশ্বাস্য। এইবাৰ মেঘালয়বাসীয়ে পৰিৱৰ্তনৰ বাবে ভোট দিব । তৃণমূল কংগ্ৰেছ একমাত্ৰ দল যিয়ে মেঘালয়ৰ জনসাধাৰণৰ উদ্বেগ প্ৰকাশ কৰিছে।’– ছুল্লাই কয়।

এন ই নাও নিউজ, শ্বিলং

এন ই নাও নিউজ, শ্বিলং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd