• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2023 10:35 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ পৰ্যৱেক্ষণক লৈ প্ৰতিবাদত উত্তাল হৈ পৰিছে উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্য ছিকিম। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ইয়াৰ পৰ্যবেক্ষণত মন্তব্য কৰিছিল যে ছিকিমৰ নেপালীসকল “বিদেশী মূলৰ”। তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পৰিস্থিতি যোৱা কেইদিনমানৰ পৰা উত্তপ্ত হৈ পৰিছে। ৰাজ্য চৰকাৰে এইস পৰ্যৱেক্ষণৰ সংশোধন বিচাৰি শীৰ্ষ ন্যায়ালয়ত আবেদন কৰিছে।

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে শনিবাৰৰ পৰা ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে। প্ৰতিবাদ আৰু বন্ধৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ছিকিমৰ পৰ্যটন। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে ৯ ফেব্ৰুৱাৰীত বিধানসভাৰ জৰুৰী কালীন অধিৱেশনৰ আহ্বান জনাইছে।

ছিকিমৰ মুখ্য বিৰোধী দল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে শনিবাৰৰ পৰা ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে। যোৱা কেইদিনমানত ছিকিমৰ নেপালীসকলক ‘প্ৰব্ৰজনকাৰী’ বুলি কৰা মন্তব্যৰ বাবে সৃষ্টি হোৱা প্ৰতিবাদৰ ফলত ৰাজ্যখনত অস্থিৰতাই দেখা দিছে। প্ৰতিবাদত বহুতো মানুহ পথত নামি পৰিছে।

Apply Now

শনিবাৰে গেংটকৰ ইন্দিৰা বাইপাছৰ এছডিএফ ভৱনত শিলাবৰ্ষণৰ ঘটনা ঘটে। দলৰ মুৰব্বী পৱন চামলিঙৰ বাসগৃহতো আক্ৰমণ চলোৱা হয়। খিৰিকীৰ গ্লাছবোৰ ভাঙিছে। এছডিএফে দাবী কৰিছিল যে ঘটনাটো ৰাজ্যখনৰ শাসনাধিষ্ঠ ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সমৰ্থকসকলে সংঘটিত কৰিছে।

ইপিনে, দক্ষিণ ছিকিমৰ জোৰথাঙত এছ কে এম সমৰ্থকৰ বিৰুদ্ধে এজন এছডিএফ সমৰ্থকক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে ঘটনা দুটাৰ তদন্ত আৰম্ভ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণত কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

ছিকিমৰ এই পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ পৰ্যটন ব্যাপক ক্ষতিগ্ৰস্ত হৈছে। এই পৰিস্থিতিত বহুতো পৰ্যটকে ছিকিম ভ্ৰমণ বাতিল কৰিছে। যিসকলে ইতিমধ্যে ছিকিম ভ্ৰমণ কৰি আছে তেওঁলোকো বন্ধৰ বাবে সমস্যাত পৰিছে।

প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ছিকিমৰ স্বাস্থ্য মন্ত্ৰী মণিকুমাৰ শৰ্মাই পদত্যাগ কৰিছে। মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙলৈ লিখা পদত্যাগ পত্ৰত মণিয়ে কয়, “ৰাজ্য চৰকাৰে ছিকিমৰ জনসাধাৰণৰ আৱেগক গুৰুত্ব সহকাৰে লোৱা নাই।‘’

মণিকুমাৰে লগতে কয়, ‘’মই অনুভৱ কৰোঁ যে এই চৰকাৰত আৰু থকাৰ কোনো প্ৰয়োজন নাই।‘’ আনহাতে, অতিৰিক্ত এডভোকেট জেনেৰেল সুদেশ যোশীয়েও পদত্যাগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm
অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd