• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰেমৰ কাৰণে তালিবানী শাস্তি : কাপোৰ খুলি গছত বান্ধি প্ৰহাৰ দুয়োকে

সামাজিক মাধ্যমত এই ভিডিঅ’ বিয়পি পৰাৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মহিলাগৰাকী আৰু যুৱকজনক উদ্ধাৰ কৰি ক্ষ্ৰীপতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মুঠ ১২ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2023 4:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগত সংঘটিত হৈছে মৰেল পুলিচিঙৰ এক বৰ্বৰ কাণ্ড। তালিবানৰ নীতিৰে দুই প্ৰেমিক প্ৰেমিকাক শাস্তি বিহিলে ৰাইজে। সামাজিক মাধ্যমত বিয়পি পৰিছে মাৰ–পিটৰ ভয়ানক ভিডিঅ’।

ঘটনা অনুসৰি কলিকতাৰ দক্ষিণ চৌবিশ পৰগণাৰ কুলপি নামৰ ঠাইত এগৰাকী বিবাহিত মহিলাই এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে সেই যুৱক জন আৰু মহিলা গৰাকীৰ ওপৰত নিৰ্মমভাবে অত্যাচাৰ চলাইছে মহিলাগৰাকীৰ স্বামীৰ মাতৃ আৰু স্থানীয় ৰাইজে।

Apply Now

জানিব পৰা মতে সেই মহিলাগৰাকীৰ স্বামী বহিঃৰাজ্যত কৰ্মৰত। মহিলাগৰাকীৰ স্বামীৰ মাতৃয়ে দাবী কৰাৰ মতে সেই বিশেষ যুৱকজনৰ সৈতে কথা–বতৰা পাতে মহিলাগৰাকীয়ে। তেওঁ দাবী কৰা মতে নিজৰ বোৱাৰীয়েকক সেই যুৱকজনৰ সৈতে অপ্ৰীতিকৰ অৱস্থাত ধৰা পেলাইছে তেওঁ।

এই কথাক কেন্দ্ৰ কৰিয়েই মহিলাগৰাকীৰ স্বামীৰ মাতৃ আৰু স্থানীয় ৰাইজে দুয়োৰে কাপোৰ কানি খুলি এজোপা গছত বান্ধি খুবেই নিৰ্মমভাবে ৰাজহুৱাকৈ প্ৰহাৰ কৰে। পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আত্যাচাৰৰ সমগ্ৰ দৃশ্য।

সামাজিক মাধ্যমত এই ভিডিঅ’ বিয়পি পৰাৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মহিলাগৰাকী আৰু যুৱকজনক উদ্ধাৰ কৰি ক্ষ্ৰীপতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মুঠ ১২ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে।

সুন্দৰবন আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক ভাস্কৰ মুখাৰ্জীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। এই ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শনিবাৰে নিশালৈকে মুঠ ১২ জন লোকক কুলপি থানাই গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত আন কেইবাজনো লোকক বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd