• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিপৰ্যস্ত তুৰস্কলৈ সাহায্য প্ৰেৰণ কৰিব ভাৰতে: থাকিব উদ্ধাৰকাৰী দল, চিকিৎসা দল তথা সাহায্য সামগ্রী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2023 5:30 pm
India To Send Relief Material To Turkey
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিকম্পই বিধ্বস্ত কৰি তোলা তুৰস্কলৈ সাহায্য প্ৰেৰণ কৰিব ভাৰতে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তুৰস্কক সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰাৰ পিছত চৰকাৰে NDRF বাহিনীৰ অনুসন্ধান আৰু উদ্ধাৰ দল, চিকিৎসা দল আৰু সাহায্য সামগ্রী তুৰস্কলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত লয়৷

প্ৰকাশিত এক চৰকাৰী বিবৃতিত উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান সচিব পি কে মিশ্ৰই দক্ষিণ ব্লকত এখন বৈঠক অনুষ্ঠিত কৰি তাৎক্ষণিক সাহায্য ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে আৰু এই বৈঠকতে সিদ্ধান্ত লোৱা হয়।

Apply Now

বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দল আৰু প্ৰয়োজনীয় সা-সামগ্ৰীসহ ১০০ জনীয়া এনডিআৰএফৰ দুটা দল ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চললৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে বিমানেৰে প্ৰেৰণ কৰিবলৈ সাজু কৰা হৈছে।

প্ৰশিক্ষিত চিকিৎসক আৰু অত্যাৱশ্যকীয় ঔষধ, পেৰামেডিকেলৰ সৈতে চিকিৎসা দলসমূহো তুৰস্কলৈ প্রেৰণৰ বাবে সাজু কৰি ৰখা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

বিবৃতিটোত লগতে তুৰ্কী চৰকাৰ আৰু আংকাৰাত থকা ভাৰতৰ দূতাবাস আৰু ইস্তানবুলত থকা কনছুলেট জেনেৰেল কাৰ্যালয়ৰ সমন্বয়ত সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে।

আজি অনুষ্ঠিত হোৱা বৈঠকত কেবিনেট সচিব, এনডিএমএ আৰু এনডিআৰএফৰ উপৰি গৃহ পৰিক্ৰমা, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, অসামৰিক বিমান পৰিবহণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰতিনিধি উপস্থিত থাকে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, আজি পুৱতি নিশা ছিৰিয়াৰ সীমান্তৱৰ্তী দক্ষিণ তুৰস্কত সৃষ্টি হোৱা ৭.৮ ৰিখটাৰৰ শক্তিশালী ভূমিকম্পৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু এইপৰ্যন্ত নিশ্চিত কৰিছে প্ৰশাসনে। কৰ্তৃপক্ষই লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি দক্ষিণ তুৰস্কত ৭.৮ ৰিখটাৰ স্কেলৰ শক্তিশালী ভূমিকম্পটোৰ পিছতে ৬.৭ প্ৰাবল্যৰ আন এক প্ৰবল ভূমিকম্পৰো উদ্ভৱ হয়।

প্ৰাৰম্ভিক ভূমিকম্পটো গাজিয়ানেপ প্ৰদেশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে ১৭.৯ কিলোমিটাৰ গভীৰতাত সৃষ্টি হোৱাৰ বিপৰীতে দ্বিতীয়টো কিছু সময় পিছতে মধ্য তুৰস্কত ৯.৯ কিলোমিটাৰ গভীৰতাত উদ্ভৱ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd