• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আত্মনিৰ্ভৰ ভাৰত: ১৩-১৭ ফেব্ৰুৱাৰীত এৰ’ ইণ্ডিয়াৰ ‘য়ুনিক আত্মনিৰ্ভৰ ফৰ্মেচন’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2023 8:41 pm
Unique Aatmanirbhar Formation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এৰ’ ইণ্ডিয়াৰ ১৪ সংখ্যক সংস্কৰণৰ দ্বিবাৰ্ষিক বিমান প্ৰদৰ্শনী। এই এৰ’ ইণ্ডিয়া ২০২৩ বেংগালুৰুৰ য়েলাহাংকাস্থিত বায়ুসেনা ষ্টেচনত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতক প্ৰতিনিধিত্ব কৰি এইবাৰ প্ৰদৰ্শন হ’ব বিশেষ অনুষ্ঠান- ‘য়ুনিক আত্মনিৰ্ভৰ ফৰ্মেচন’।

এই ‘য়ুনিক আত্মনিৰ্ভৰ ফৰ্মেচন’ত হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ দ্বাৰা নিৰ্মিত ১৫ খন হেলিকপ্টাৰৰ বিশেষ প্ৰদৰ্শন হ’ব। প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ বিমান নিৰ্মাণ প্ৰতিষ্ঠানটোৱে প্ৰথমবাৰৰ বাবে নিজৰ হিন্দুস্তান লিড ইন ফাইটাৰ ট্ৰেইনাৰৰ বা এইচ এল এফ টি-৪২ৰ স্কেল মডেল প্ৰদৰ্শন কৰিব।

Apply Now

হিন্দুস্তান এৰ’নটিক্স লিমিটেডে জানিবলৈ দিয়া মতে, লিমিটেডে নিজৰ “ফুল স্পেকট্ৰম ট্ৰেইনিং কেপেবিলিটিচ” প্ৰদৰ্শন কৰিব আৰু এয়াৰ শ্ব’ৰ ইনড’ৰ পেভিলিয়নত নিজৰ হেলিকপ্টাৰ আৰু জেটৰ মডেল প্ৰদৰ্শন কৰিব।

এই ১৫ খন হেলিকপ্টাৰৰ ভিতৰত হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ), প্ৰচণ্ড লাইট কম্বেট হেলিকপ্টাৰ (এল চি এইচ), আৰু লাইট ইউটিলিটি হেলিকপ্টাৰ (এল ইউ এইচ)ৰ সকলো ভেৰিয়েণ্ট অন্তৰ্ভুক্ত কৰা হ’ব।

সেইদৰে ফিক্সড উইং ডিছপ্লেত থাকিব লাইট কম্বেট এয়াৰক্ৰাফ্ট (এলচিএ) টুইন ছিটাৰ ভেৰিয়েন্ট, হক-আই, হিন্দুস্তান টাৰ্বো ট্ৰেইনাৰ (এইচটিটি)-৪০ বিমান, আৰু ইণ্টাৰমিডিয়েট জেট ট্ৰেইনাৰ (আইজেটি)।

 

Aero India 2023: HAL will display a unique ‘Aatmanirbhar Formation’ flight of 15 helicopters and scale model of Next Gen Supersonic Trainer (Hindustan Lead in Fighter Trainer-42) apart from ALH, LCH, LUH, LCA twin seater variant, Hawk-i, IJT and HTT-40 aircraft.

— HAL (@HALHQBLR) February 10, 2023

এইচ এল এফ টি-৪২ৰ এক স্কেল মডেল “নেক্সট জেন ছুপাৰছনিক ট্ৰেইনাৰ”ও এৰ’ ইণ্ডিয়া ২০২৩ত প্ৰদৰ্শিত হ’ব। হিন্দুস্তান এৰ’নটিক্স লিমিটেডেৰ মতে, বিমানখনে আধুনিক যুদ্ধ বিমান প্ৰশিক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ ইনড’ৰ পেভিলিয়নত ইণ্ডিয়ান মাল্টি ৰ’ল হেলিকপ্টাৰ (আই এম আৰ এইচ)ৰ স্কেল মডেল, এল চি এ এম কে ২, আৰ ইউ এ ভি, এল চি এ ট্ৰেইনাৰ, হিন্দুস্তান টাৰ্বো-শ্বাফ্ট ইঞ্জিন-১২০০, আৰু হিন্দুস্তান-২২৮ৰ মডেল প্ৰদৰ্শন হ’ব।

আউটড’ৰ প্ৰদৰ্শনীত ৰোটাৰী উইং প্ৰডাক্ট এল ইউ এইচ আৰু এ এল এইচ মেডিকেল ইনটেনচিভ কেয়াৰ ইউনিট (এম আই চি ইউ) ভেৰিয়েণ্ট প্ৰদৰ্শিত হ’ব। এইবোৰৰ উপৰিও এইচ টি টি-৪০, ডৰ্নিয়াৰ বিমান, আৰু এ এল এইচ আদিও ষ্টেটিক ডিছপ্লেৰ অংশ হ’ব।

ইফালে এৰো ইণ্ডিয়া ২০২৩ত ৰাছিয়া২০০ প্ৰকাৰৰ অতি উন্নত সামৰিক হাৰ্ডৱেৰ আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰিব। ইয়াত প্ৰদৰ্শন কৰা হ’ব চুখয় ফিফ্থ জেনেৰেচন ফাইটাৰ জেট, চেকমেট লাইট টেকটিকেল ফাইটাৰ আৰু অৰলান-৩০ ড্ৰ’ন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd