• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হ’ব চাহাবুদ্দিন চুপ্পু!

এন ই নাও নিউজ, ঢাকা by এন ই নাও নিউজ, ঢাকা
February 12, 2023 11:34 am
চাহাবুদ্দিন চুপ্পু।

চাহাবুদ্দিন চুপ্পু।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন জিলা আৰু সত্ৰ ন্যায়াধীশ তথা দুৰ্নীতি নিয়ন্ত্ৰণ আয়োগৰ প্ৰাক্তন আয়ুক্ত মহম্মদ চাহাবুদ্দিন চুপ্পুক বাংলাদেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসনাধীষ্ঠ আৱামী লীগৰ প্ৰাৰ্থী হিচাপে তেওঁক মনোনীত কৰা হৈছে।

আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইডুল কাদেৰে দেওবাৰে নিৰ্বাচন আয়োগৰ ওচৰত দলৰ প্ৰাৰ্থী হিচাপে চাহাবুদ্দিন চুপ্পুৰ নাম দাখিল কৰে।

আৱামী লীগৰ সংসদত যিহেতু নিৰংকুশ সংখ্যাগৰিষ্ঠতা আছে, গতিকে তেওঁলোকৰ মনোনীত প্ৰাৰ্থীয়েই যে পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব ই নিশ্চিত। বিৰোধী দল জাতীয় পাৰ্টিয়ে ইতিমধ্যে তেওঁলোকে প্ৰাৰ্থী প্ৰদান নকৰাৰ কথা ঘোষণা কৰিছে।

Apply Now

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ ১৩ ফেব্ৰুৱাৰীত পৰীক্ষা কৰা হ’ব। ১৪ ফেব্ৰুৱাৰীত প্ৰত্যাহাৰৰ অন্তিম দিন। ভোটগ্ৰহণ ১৯ ফেব্ৰুৱাৰীৰ আবেলি ২:০০ বজাৰ পৰা সন্ধিয়া ৫:০০ বজালৈ অনুষ্ঠিত হ’ব। অৱশ্যে, যদিহে ৰাষ্ট্ৰপতি পদৰ বাবে এজনেই প্ৰাৰ্থী থাকে, তেন্তে ভোটৰ প্ৰয়োজন নহ’ব। তেনে ক্ষেত্ৰত প্ৰাৰ্থীজনক ১৪ ফেব্ৰুৱাৰীত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ অন্তমি দিনাই ৰাষ্ট্ৰপতি পদত অনানুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হ’ব।

সংবিধান অনুসৰি, ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ তাৰিখৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে। বৰ্তমানৰ ৰাষ্ট্ৰপতি আব্দুল হামিদে ২০১৮ৰ ২৪এপ্ৰিলত দায়িত্ব গ্ৰহণ কৰিছিল। সেই অনুসৰি তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল ২৩ এপ্ৰিলত সমাপ্ত হ’ব।

পাবনাৰ বাসিন্দা চাহাবুদ্দিন চুপ্পুৰ জন্ম হৈছিল ১৯৪৯ চনত। ছাত্ৰ অৱস্থাত তেওঁ পাবনা জিলা ছাত্ৰ লীগৰ এজন সক্ৰিয় কৰ্মী আছিল আৰু সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মুক্তি যুদ্ধত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা চাহাবুদ্দিন চুপ্পুৱে ১৯৮২ চনত ন্যায় বিভাগত যোগদান কৰে। ২৫ বছৰৰ পিছত তেওঁ ২০০৬ চনত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে। ২০১১ চনৰ পৰা ২০১৬ চনলৈ চাহাবুদ্দিন চুপ্পুৱে দুৰ্নীতি নিয়ন্ত্ৰণ আয়োগৰ আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

এন ই নাও নিউজ, ঢাকা

এন ই নাও নিউজ, ঢাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd