• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উদযাপিত হ’ব গো আলিংগন দিৱস! জনসাধাৰণলৈ আহ্বান গোপালন আৰু পশুধন সম্বৰ্ধন ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2023 7:56 pm
Cow Hug Day
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৪ ফেব্ৰুৱাৰীত দেশজুৰি ‘গো আলিংগন দিৱস’ উদযাপন কৰিবলৈ আহ্বান জনাই পশু কল্যাণ ব’ৰ্ডে জাৰি কৰা জাননী শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা হৈছে যদিও ব’ৰ্ডৰ পূৰ্বৰ জাননীকে অনুসৰণ কৰি ‘গো আলিংগন দিৱস’ উদযাপন কৰিবলৈ সাজু হৈছে মধ্যপ্ৰদেশ। ৰাজ্যখনত অহা ১৪ ফেব্ৰুৱাৰীত ‘গৰু আলিংগন দিৱস’ পালন কৰা হ’ব।

বিজেপি শাসিত ৰাজ্যখনৰ গোপালন আৰু পশুধন সম্বৰ্ধন ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ স্বামী অখিলেশ্বৰানন্দ গিৰীয়ে এই কথা সদৰী কৰে। গিৰীৰ মতে পশু কল্যাণ ব’ৰ্ডে জাননীত উল্লেখ কৰা গো আলিংগন দিৱস এক ভাল পদক্ষেপ আৰু সেয়েহে জাননী প্ৰত্যাহাৰ কৰিলেও এই দিৱস পালন কৰা হ’ব।

Apply Now

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত জাৰি কৰা এক জাননী যোগে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰীত গো আলিংগন দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছিল। কিন্তু এই জাননীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পিছত আন এক বিবৃতি যোগে ব’ৰ্ডে শেহতীয়াকৈ এই সিদ্ধান্ত বাতিল কৰা হৈছে বুলি সদৰী কৰিছিল।

কিন্তু মধ্যপ্ৰদেশৰ গোপালন আৰু পশুধন সম্বৰ্ধন ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ স্বামী অখিলেশ্বৰানন্দ গিৰীয়ে পূৰ্বৰ আহ্বানক সমৰ্থন কৰি ‘গৰু আলিংগন দিৱস’ উদযাপন কৰিবলৈ আহ্বান জনাইছে। স্বামীয়ে কয়, “এয়া এক ভাল পদক্ষেপ আছিল আৰু সেইবাবেই আমি ইয়াক সমৰ্থন কৰিছিলো।”

“এতিয়া তেওঁলোকে পূৰ্বৰ আবেদন প্ৰত্যাহাৰ কৰিছে। কি কাৰণে কৰিছে, তেওঁলোকেহে জানে। আমি বিশ্বাস কৰোঁ যে ব’ৰ্ডে এনে আবেদন প্ৰত্যাহাৰ কৰিব নালাগিছিল। যিহেতু ই এক ভাল পদক্ষেপ আছিল। গতিকে আমি গো আলিংগন উদযাপনৰ সিদ্ধান্ত লৈছো।”— তেওঁ লগতে কয়।

১৪ ফেব্ৰুৱাৰী দিনটোত বিশ্বত ভেলেণ্টাইন ডে’ হিচাপে পালন কৰা হয়। কিন্তু ভাৰতৰ হিন্দুত্ববাদী সংগঠনসমূহে ভেলেণ্টাইন ডে’ ভাৰতীয় সংস্কৃতি বিৰোধী বুলি উল্লেখ কৰি ভেলেণ্টাইন ডে’ উদযাপনৰ বিৰোধিতা কৰি আহিছে। কেৱল সিমানেই নহয়, ভেলেণ্টাইন ডে’ পালন কৰা প্ৰেমিক-প্ৰেমিকাসকলক সংঘ পৰিয়ালৰ অন্তৰ্ভুক্ত একাংশ হিন্দুত্ববাদী সংগঠনে হাৰাশাস্তি কৰাও বিগত সময়ত দেখিবলৈ পোৱা গৈছে।

যিহেতু ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিন ভেলেণ্টাইন ডে’ উদযাপন কৰা হয়, সেয়ে ভেলেণ্টাইন ডে’ক প্ৰত্যাহ্বান জনাবলৈকে গো আলিংগন দিৱস উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি স্বাভাৱিকতেই দেশ জুৰি চৰ্চা চলিছিল। তদুপৰি ব’ৰ্ডে পূৰ্বৰ জাননীত পশ্চিমীয়া সংস্কৃতিৰ মাজত বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আৰু এই কাৰণতে এনে এটা দিনৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰিছিল।

এতিয়া গিৰীয়ে গো আলিংগন দিৱসৰ সমৰ্থনত ১৪ ফেব্ৰুৱাৰী তাৰিখটো কোনেও উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা নহয় আৰু আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি একেই ইংগিত দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd