• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মহিলা প্ৰিমিয়াৰ লীগ: নিলামত সৰ্বাধিক দৰেৰে আৰচিবিলৈ স্মৃতি মান্ধানা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2023 5:42 pm
WPL Auction 2023
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম চলি আছে। মুম্বাইত চলি থকা এই নিলামত আজি দেশৰ লগতে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰক কোটি টকাতকৈ অধিক দৰত চুক্তিবদ্ধ কৰিছে ফ্ৰেন্সাইজি সমূহে। নিলামত সৰ্বাধিক দৰ লাভ কৰিছে ভাৰতৰ তাৰকা বেটাৰ স্মৃতি মান্ধনাই।

নিলামত প্ৰথমগৰাকী খেলুৱৈ হিচাপে মান্ধনাক ৩.৪ কোটি টকাত ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে ক্ৰয় কৰে। মান্ধানাৰ পাছতে দ্বিতীয় সৰ্বাধিক দৰ লাভ কৰা অষ্ট্ৰেলিয়ান তাৰকা এছলি গাৰ্ডনাৰক গুজৰাট জায়েন্টছে আৰু ইংলেণ্ডৰ নাটালি চাইভাৰক মুম্বাই ইণ্ডিয়ানচে ৩.২ কোটি টকাত নিজ নিজ দলত চুক্তিবদ্ধ কৰে।

Apply Now

ভাৰতীয় অলৰাউণ্ডাৰ দিপ্তী শৰ্মাক ইউপি ৱাৰিৱৰ্জে ২.৬ টকাত ক্ৰয় কৰে। ইফালে কালি পাকিস্তানৰ বিপক্ষে ভাৰতৰ জয়ত মুখ্য ভূমিকা লোৱা জেমিমা ৰড্ৰিগুৱেজক দিল্লী কেপিটেলছে ২.২ কোটি টকাত চুক্তিবদ্ধ কৰে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক ১.৮ কোটি টকাত মুম্বাই ইণ্ডিয়ানচে ক্ৰয় কৰে।

ভাৰতৰ তাৰকা পেচাৰ ৰেণুকা সিঙক ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে ১.৫ কোটি টকাত, শেহতীয়াকৈ ১৯ অনুৰ্ধ বিশ্বকাপত ভাৰতক নেতৃত্ব দি খিতাপ জয় কৰা ভাৰতীয় দলৰ অপেনাৰ শ্বেফালী বাৰ্মাক ২ কোটি টকাত দিল্লী কেপিটেলছে ২ কোটি টকাত, পেচাৰ পূজা ভাষ্ট্ৰেকাৰক ১.৯ কোটি টকাত মুম্বাই ইণ্ডিয়ানচে ক্ৰয় কৰিছে।

আনহাতে ৰিচা ঘোষক বাংগালুৰুৱে ১.৯ কোটি টকাত, য়ষ্টিকা ভাটিয়াক ১.৫ কোটি টকাত মুম্বাই ইণ্ডিয়ানচে, অষ্ট্ৰেলিয়ান তাৰকা এলিছ পেৰীক বাংগালুৰুৱে ১.৭ কোটি টকাত, ইংলেণ্ডৰ ছফী এক্লেষ্টনক ১.৮ কোটি টকাত ইউপি ৱাৰিৱৰ্জ, বেথ মুনীক গুজৰাট জায়েন্টছে ২ কোটি টকাত ক্ৰয় কৰিছে।

এইসকলৰ উপৰিও দেশ তথা বহি:দেশৰ কেইবাগৰাকীও ক্ৰিকেটাৰ এইপৰ্যন্ত নিলামত বিক্ৰী হৈছে। উল্লেখ্য যে, উদ্বোধনী বৰ্ষৰ মহিলা প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামৰ বাবে মুঠ ১৫২৫ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল যদিও চূড়ান্ত তালিকাত ৪৪৯ গৰাকী খেলুৱৈক স্থান দিয়া হয়।

মূল তালিকাত থকা ৪৪৯ গৰাকী খেলুৱৈৰ ভিতৰত ২৪৬ গৰাকী ভাৰতীয় আৰু ১৬৩ গৰাকী বহিঃদেশৰ খেলুৱৈ। মুঠ পাঁচটা ফ্ৰেন্সাইজি ক্ৰমে ইউ পি ৱাৰিৱৰ্জ, দিল্লী কেপিটেলছ, গুজৰাট জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে খেলুৱৈ ক্ৰয়ৰ বাবে সৰ্বোচ্চ ১২ কোটি টকাকৈ বিনিয়োগ কৰিব পাৰিব।

নিলামত মুঠ ৯০ জন খেলুৱৈক নিলাম কৰা হ’ব। প্ৰতিটো ফ্ৰেঞ্চাইজিত নূন্যতম ১৫ গৰাকী আৰু সৰ্বাধিক ১৮ গৰাকী খেলুৱৈ থাকিব। নিলাম হ’বলগীয়া ৯০ গৰাকী খেলুৱৈৰ ভিতৰত ৩০ গৰাকী সহযোগী ৰাষ্ট্ৰকে ধৰি বহিঃদেশৰ খেলুৱৈৰ বাবে সংৰক্ষণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd