• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মাৰ্কিন ৰাষ্ট্ৰপতি হ’ব ভাৰতীয় মূলৰ লোক! বিডেনৰ বিৰুদ্ধে ২০২৪ত কৰিব প্ৰতিদ্বন্দ্বিতা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2023 7:50 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূল আমেৰিকান তথা ৰিপাব্লিকান দলৰ নেতা তথা ব্যৱসায়ী বিবেক ৰামাস্বামীয়ে ২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে। যদি বিবেক ৰামাস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হয় তেনে তেওঁ হ’ব ভাৰতীয় মূলৰ দ্বিতীয়গৰাকী ব্যক্তি যিয়ে নিকি হেলীৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

৩৭ বছৰীয়া বিবেক ৰামাস্বামী  হৈছে এজন কোটিপতি ব্যৱসায়ী। নিউয়ৰ্কাৰ আলোচনীৰ এক প্ৰতিবেদনত তেওঁক ‘এণ্টি-ভক ইনকৰ্পৰেশ্যনৰ চিইঅ’ বুলি বৰ্ণনা কৰা হৈছে। কিছুদিনৰ পৰা প্ৰত্ৰিকাখনে আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বীৰ তথ্য সন্ধান অভিযান হাতত লৈছে।

ইফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰামাস্বামীয়ে আমেৰিকাৰ আইঅ’ৱা চহৰত কেইবাটাও অনুষ্ঠানত ভাষণ দিছে। সোমবাৰে পলিটিকো আলোচনীয়ে প্ৰকাশ কৰা অনুসৰি ৰামাস্বামীয়ে আইঅ’ৱা ভ্ৰমণৰ ওপৰত জোৰ দি সম্ভাৱ্য ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজকে প্ৰৱল দাবীদাৰ হিচাপে প্ৰস্তুত কৰি তুলিছে।

Apply Now

প্ৰতিবেদনত আৰু কোৱা হৈছে যে তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে আৰু তেওঁ আমেৰিকাৰ বহু বিষয় জনসাধাৰণৰ মাজলৈ লৈ গৈছে। একে সময়তে টিভি চেনেলৰ বিতৰ্কত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।

ৰামাস্বামীয়ে এইদৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব পাৰে বুলি দাবী কৰি পলিটিকো আলোচনীয়ে কৈছে যে “বিবেক ৰামাস্বামীয়ে নিজৰ ব্যৱসায়ী ট্ৰেক ৰেকৰ্ড অনুসৰণ কৰিব নিবিচাৰে। বৰঞ্চ তেওঁ আমেৰিকাৰ মনোভাৱক পুনৰুজ্জীৱিত কৰা আৰু সমাজত মেৰিট’ক্ৰেচিৰ সংস্কৃতি ঘূৰাই অনাৰ ওপৰত কেন্দ্ৰীভূত প্ৰচাৰ আৰম্ভ কৰিব বিচাৰে।”

বিবেক ৰামাস্বামী ভাৰতীয় মূলৰ মাৰ্কিন নাগৰিক আৰু তেওঁৰ পিতৃ ইলেক্ট্ৰিক অভিযন্তা আৰু মাতৃ মানসিক চিকিৎসক। ৰামাস্বামীৰ জন্ম হৈছিল চিনচিনাটিত। হাৰ্ভাৰ্ড আৰু ইয়েল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫০ কোটি মাৰ্কিন ডলাৰৰ ওপৰত বুলি জানিব পৰা গৈছে, যাৰ সহায়ত তেওঁ নিজৰ অভিযান আৰম্ভ কৰিব পাৰে।

তেওঁ এজন সফল জৈৱ প্ৰযুক্তি উদ্যোগী হিচাপে পৰিগণিত হৈছে আৰু এফ ডি এৰ অনুমোদিত পাঁচটা ঔষধ প্ৰস্তুত কৰিছে আৰু সেই ঔষধসমূহ প্ৰথমে নিৰ্মাণো কৰিছিল।

অৱশ্যে ৰামাস্বামীৰ বাবে এই পথ বৰ সহজ নহ’ব। কাৰণ তেওঁৰ নিজৰ দলৰে পূৰ্বৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডুনাল্ড ট্ৰাম্প প্ৰত্যাহ্বান ওফৰাব পাৰিব লাগিব আৰু তাৰপাছত মূল যুঁজত বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বিডেনক পৰাস্ত কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd