• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব : ড০ পৰমানন্দ ৰাজবংশী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 7:49 am
29-04-18 Tezpur- Book release programe (4)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীয় স্বাৰ্থ বিঘ্নিত হোৱা কাম অসম সাহিত্য সভাই কেতিয়াও নকৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সাহিত্য সভাই কৰি আহিছে আৰু কৰি যাব। এই সন্দৰ্ভত আমি আৰু ৰাজ্য চৰকাৰক লিখিত আকাৰে জনাইছোঁ। আশা কৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনো যিহেতু জাতীয় জীৱনৰ পৰাই আহিছে, গতিকে অসমৰ ক্ষতি হোৱা কাম নিশ্চয় নহ’ব। ইয়াৰ ব্যতিক্ৰম হ’লে আমি কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ম। দেওবাৰে তেজপুৰত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

শোণিতপুৰত জ্যোতি ভাৰতীয় আয়োজন কৰা এখন গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি সভাপতি  ড০ পৰমানন্দ ৰাজবংশীয়ে আৰু কয়, ‘’অসম চৰকাৰে চৰকাৰী কাৰ্যালায়ত অসমীয়া ভাষাৰ প্ৰয়োগ নিশ্চিত কৰিব লাগে। এই কাম অৱশ্যে কেইগৰাকীমান জিলাৰ উপায়ুক্তই কৰিছে। কিন্তু বাকী জিলাৰ উপায়ুক্তসকলে এই ক্ষেত্ৰত কোনোধৰণৰ ভূমিকা  গ্ৰহণ কৰা নাই। এই কাৰ্যত যে তেওঁলোকৰ সদিচ্ছা নাই সেই কথা প্ৰতিপন্ন হৈছে।‘’

Apply Now

লেখিকা বকুল ৰয়ে অনুবাদ কৰা ‘কামৰূপ, কমতা, কোচবেহাৰ ৰাজ্যৰ ইতিহাস’ নামৰ গ্ৰন্থখন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উন্মোচন কৰে।

জিলা সভাপতি ডিমচাঁদ বৰদলৈয়ে সভাপতিত্ব কৰা আৰু জিলা সম্পাদক মৃদুল চহৰীয়াই আঁত ধৰা সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বিশিষ্ট পুৰাতত্ত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য  ক্ৰমে যাদৱ শৰ্মা, সঞ্জয় তাঁতী, হিৰণ্য হাজৰিকা, বিপুল কুমাৰ নাথ, নৃপেন দাস, অসম সাহিত্য সভাৰ কুঁহিৰ উপ-সভাপতি স্বপ্নালী বৰগোহাঁই, প্ৰচাৰ কোষৰ আহ্বায়ক প্ৰফুল্ল বৰ্মনে।

উল্লেখ্যযোগ্য যে সভাত গ্ৰন্থখনৰ মূল লেখক বিশিষ্ট ইতিহাসবিদ আৰু সংস্কৃত পণ্ডিত ধৰ্মনাৰায়ণ বৰ্মা উপস্থিত থাকে।

আনহাতে, সভাত সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সন্মতি সাপেক্ষে সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে তেজপুৰৰ পংকজ বৰুৱা আৰু বিশ্বজিৎ বড়োৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am
ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd