• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিশ্বগুৰু মোদীৰ ভাৰতত গুগলে খেদিলে ৪ শতাধিক কৰ্মচাৰী, টুইটাৰে বন্ধ কৰিলে দুই কাৰ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2023 7:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ ভাৰতত গুগলে ৪ শতাধিক কৰ্মচাৰী চাটাই আৰু টুইটাৰে বন্ধ কৰিছে মুম্বাই আৰু দিল্লীৰ কাৰ্যালয়। প্ৰকাশিত বাতৰি অনুসৰি বিশ্বজুৰি প্ৰায় ১২ হাজাৰ কৰ্মচাৰী থকা গুগলে ভাৰতত ৪৫৩ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

গুগলৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে কয় যে কোম্পানীটোত নিজৰ সাধ্য অনুসৰি কাম কৰি কঠোৰ পৰিশ্ৰমৰ বাবে স্পট বোনাছ পোৱাৰ পিছতো তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে প্ৰতিষ্ঠানটোৱে। গুৰুগ্ৰামৰ লোকজনে ১৭ ফেব্ৰুৱাৰীত লিংকডইনত এটা পোষ্টত এই কথা শ্বেয়াৰ কৰিছিল।

গুগল ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰ ডেভেলপমেণ্ট মেনেজাৰ হিচাপে কাম কৰা লোকজনৰ সৈতে গুগলে বৃহস্পতিবাৰে নিশা চাকৰিৰ পৰা মুঠ ৪৫৩ জন কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। কৰ্মচাৰীজনে প্ৰকাশ কৰা মতে গুগলে বৰ্খাস্ত কৰাৰ পূৰ্বে কৰ্মচাৰীসকলক এই বিষয়ে কোনো কথা অৱগত কৰা নাছিল। বৃহস্পতিবাৰে গুগল ইণ্ডিয়াৰ উপ-সভাপতি তথা দেশৰ মুৰব্বী সঞ্জয় গুপ্তাই নিশা কৰ্মচাৰীসকলৈ হঠাতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা বুলি এক মেইল কৰে।

Apply Now

ইফালে টুইটাৰেও ভাৰতস্থিত দুটাকৈ প্ৰধান কাৰ্যালয় বন্ধ কৰিছে। প্ৰতিষ্ঠানটোৱে দিল্লী আৰু মুম্বাইৰ কাৰ্যালয় দুটা বন্ধ কৰা বুলি ঘোষণা কৰিছে।

টুইটাৰ ইনকৰ্পৰেশ্যনে ভাৰতৰ তিনিটা কাৰ্যালয়ৰ ভিতৰত দুটা কাৰ্যালয় বন্ধ কৰি নিজৰ কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছে। এলন মাস্কে প্ৰতিষ্ঠানটো অধিগ্ৰহণ কৰাৰ পাছৰে পৰা ব্যয় সংকোচন কৰিবলৈ কেবাহাজাৰো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ভাৰতৰো দুটা কাৰ্যালয় বন্ধ কৰাটো ব্যয় সংকোচনেৰে এক অংশ বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে যোৱা বছৰৰ শেষৰ ফালে টুইটাৰে ভাৰতত থকা প্ৰায় ২০০ৰো অধিক অৰ্থাৎ ৯০%তকৈ অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। টুইটাৰে ৰাজনৈতিক কেন্দ্ৰ নতুন দিল্লী আৰু বিত্তীয় কেন্দ্ৰ মুম্বাইত থকা কাৰ্যালয় বন্ধ কৰি দিয়াৰ পাছতে এতিয়া ভাৰতত একমাত্ৰ বাংগালুৰু কাৰ্যালয়টোহে কাৰ্যক্ষম হৈ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd