• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব ধৰিত্ৰী দিৱসৰ প্ৰাসংগিকতাৰে হোজাইৰ লংকাত চিত্ৰাংকন প্ৰতিযোগিতা

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
April 30, 2018 11:46 am
IMG-20180430-WA0002
156
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বই ২২ এপ্ৰিলৰ দিনটোত পালন কৰে বিশ্ব ধৰিত্ৰী দিৱস। বিশ্ব ধৰিত্ৰী দিৱসৰ সংগতি ৰাখিয়েই হোজাই জিলাৰ লংকাৰ কালাৰ্ছ আৰ্ট একাডেমিয়ে বেচৰকাৰী সংস্থা স্মল ষ্টেপৰ সহযোগত দেওবাৰে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

লংকাস্থিত লংকা নিম্ন প্ৰথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় ২৬খন বিদ্যালয়ৰ মুঠ ৪৩১ গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত অংশ লয়।

তিনিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত আয়োজকে প্ৰতিযোগীসকলৰ বাবে বিভিন্ন থীম ধাৰ্য কৰে। তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে নিজ নিজ পচন্দত চিত্ৰ অংকণ কৰিবলৈ দিয়ে। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে গ্ৰুপ বিত ভাগ কৰা প্ৰতিযোগীসকলৰ বাবে ‘তোমাৰ পৰিস্কাৰ গাঁও বা চহৰ’ আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গ্ৰুপ চিত ভাগ কৰি তেওঁলোকক ‘কেনেকৈ পৃথিৱী ৰক্ষা কৰিব’ শীৰ্ষক থীম নিৰ্ধাৰণ কৰি দিয়া হয়।

ইয়াৰ পূৰ্বে লংকা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্নেশ্বৰ শইকীয়াই চিত্ৰাংকন প্ৰতিযোগিতা খনৰ শুভ উদ্বোধন কৰে। আনহাতে সামৰণি অনুষ্ঠানত অধিবক্তা ভৰত তামুলী ফুকন, গিতীকা ফুকনৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।

IMG-20180430-WA0000 (1)

অধিবক্তা তামুলীয়ে কালাৰ্ছ আৰ্ট একাডেমি আৰু বেচৰকাৰী সংস্থা স্মল ষ্টেপৰ উদ্যোগক শলাগ লোৱাৰ লগতে এনেধৰণৰ সমাজ সচেতন মূলক প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাবে আয়োজক গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে।

বেচৰকাৰী সংস্থা স্মল ষ্টেপৰ সঞ্চালক ড০ প্ৰদীপ কুমাৰ চাহুৱে বিশ্ব ধৰিত্ৰী দিৱস ২০১৮ৰ থীম সম্পৰ্কত উল্লেখ কৰি কয় যে নিজৰ মাতৃভূমি তথা পৃথিৱীখনক বচাবলৈ হ’লে আমি সকলোৱে প্লাষ্টিক বৰ্জন কৰিব লাগিব। কিয়নো প্লাষ্টিক ব্যৱহাৰ প্ৰকৃতিৰ বাবে অতিকৈ ভয়ংকৰ।

এই প্ৰতিযোগিতা তথা অনুষ্ঠানৰ অন্তত সকলো প্ৰতিযোগীৰ লগতে উপস্থিত থকা লোকসকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে লংকাস্থিত কৃষ্ণ কান্ত বৰা বি এড মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী তথা উদ্যোক্তাসকলে ‘ছেভ আৰ্থ ছেভ লাইফ’ শীৰ্ষক প্লেকাৰ্ডৰো প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd