• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কংগ্ৰেছ-জেডিএছ পৰিয়ালকেন্দ্ৰিক দল, ৰাহুল টুকড়ে গেঙৰ সদস্য’, অমিত শ্বাহ

'এফালে মোদীৰ বিজেপি আনফালে ৰাহুলৰ টুকডে টুকডে গেং', অমিত শ্বাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2023 9:42 am
118
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ এক নিৰ্বাচনী সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় – কংগ্ৰেছ আৰু জেডিএছ হৈছে পৰিয়ালকেন্দ্ৰিক দল। তেওঁলোকে কৰ্ণাটকৰ বাবে একো ভাল কাম কৰিব নোৱাৰে। এফালে আছে মোডীৰ বিজেপি আৰু আনফালে ৰাহুল বাবাৰ টুকডে গেঙৰ কংগ্ৰেছ।ইয়াৰ মাজৰ পৰাই আপোনালোকে এটা বাছি ল’ব লাগিব।

বিজেপিয়ে ৰাজ্যখনত দুৰ্নীতিমুক্ত চৰকাৰ দিব বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ ওপৰত বিশ্বাস ৰাখিবলৈ ৰাইজক আহ্বান জনাই শ্বাহে। শ্বাহে কয় যে বিজেপিয়ে অহা পাঁচ বছৰৰ ভিতৰত কৰ্ণাটকক দক্ষিণ ভাৰতৰ এক নম্বৰ ৰাজ্যলৈ উত্তৰণ ঘটাব। কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠতাৰ লাভৰ বাবে মৰণপণ যুঁজ দিছে বিজেপিয়ে।

অমিত শ্বাহে আৰু কয়— আপোনালোকৰ জেডিএছক দিয়া প্ৰতিটো ভোট কংগ্ৰেছ দললৈ যাব। কংগ্ৰেছক দিয়া প্ৰতিটো ভোট সিদ্ধাৰমাইয়া আৰু দিল্লীত নিৰ্মাণ কৰা তেওঁৰ এ টি এম চৰকাৰলৈ যাব।

“মোডী চৰকাৰে পিএফআই নিষিদ্ধ কৰিছে। কিন্তু, কংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত পিএফআইৰ বিৰুদ্ধে ১৭০০টা গোচৰ প্ৰত্যাহাৰ কৰা হৈছিল।” শ্বাহো কয়।

গৃহমন্ত্ৰী শ্বাহে আৰু কয়— ডি কে শিৱকুমাৰ আৰু সিদ্ধাৰমাইয়া দুয়োজনেই মুখ্যমন্ত্ৰী পদৰ বাবে যুঁজি আছে। তেওঁলোকৰ যুঁজৰ দ্বাৰা কৰ্ণাটকৰ কোনো লাভ নহ’ব। যদি কৰ্ণাটকৰ কল্যাণ কৰিব লাগে তেন্তে ৰাজ্যত কেৱল বিজেপি চৰকাৰ গঠন কৰিব লাগিব, তেতিয়াহে ৰাজ্যখনৰ বিকাশ হ’ব।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd