• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনী সমীক্ষা! নাগালেণ্ড, ত্ৰিপুৰাত আকৌ ফুলিব পদুম, মেঘালয়ত ওলোমা বিধানসভা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 7:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হৈ গৈছে। যোৱা ১৬ ফেব্ৰুৱাৰিত ত্ৰিপুৰাত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ বিপৰীতে আজি সোমবাৰে সম্পন্ন হৈ যায় ভোটগ্ৰহণ।

ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে তিনি ৰাজ্যৰ দুই ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে।

ইণ্ডিয়া টুডেৰ সমীক্ষাৰ মতে ত্ৰিপৰাত পুনৰ বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হ’ব। ইণ্ডিয়া টুডেৰ মতে ত্ৰিপুৰাত বিজেপি আৰু সহযোগী দলে ৬০ খন আসনৰ ভিতৰত ৩৬ ৰপৰা ৪৫ খন লাভ কৰিব। আনহাতে বামপন্থী দলে ৬ ৰপৰা ১১ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখনো আসন লাভ নকৰে বুলি কোৱা হৈছে। কিন্তু জনজাতিসকলৰ সমর্থন লাভ কৰা প্রদ্যোৎ দেব্বর্মা নেতৃত্বাধীন টিপৰা মোথাই কঠোৰ প্রতিৰোধৰ সৃষ্টি কৰিলেও সমীক্ষাটোৱে এখন আসন দিয়া নাই।

Apply Now

আনফালে, জি নিউজ আৰু মাট্ৰিজৰ সমীক্ষাৰ বিজেপি আৰু সহযোগী দলে ২৯-৩৬ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব। বামপন্থীয়ে ১৩ ৰপৰা ২১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি সমীক্ষাটোত কোৱা হৈছে।

জি নিউজ আৰু মাট্ৰিজৰ সমীক্ষাৰ মেঘালয়ত ওলোমা বিধানসভাৰ আশংকা কৰা হৈছে। ৰাজ্যখনত বিজেপিয়ে ৬-৭ খন, কংগ্ৰেছে ৩-৬ খন, এনপিপি-এ ২১-২৬ খন আৰু তৃণমূল কংগ্ৰেছে ৮-১৩ আসন লাভ কৰাৰ সম্ভাৱনা আছে। টাইমছ নাও ইটিজি ৰিচার্ছ সমীক্ষাৰ মতে জেপিয়ে ৩-৬ খন, কংগ্ৰেছে ২-৩ খন, এনপিপি-এ ১৮-২৬ খন আৰু তৃণমূল কংগ্ৰেছে ৮-১৪ আসন লাভ কৰিব। 

ইফালে জি নিউজ আৰু মাট্ৰিজৰ সমীক্ষাৰ মতে নাগালেণ্ডত বিজেপি+এনডিপিপি-এ চৰকাৰ গঠন কৰাটো নিশ্চিত। সমীক্ষাৰ মতে ৰাজ্যখনত বিজেপি+এনডিপিপি-এ ৩৫ ৰপৰা ৪৩ খন আসন, কংগ্ৰছে ১ খন, এনপিএফ-এ ২ ৰপৰা ৫ খন আৰু অন্যান্যই ৬ৰ পৰা ১২ খন আসন পোৱা সম্ভাৱনা আছে। টাইমছ নাও ইটিজি ৰিচার্ছৰ মতে নাগালেণ্ডত বিজেপি+এনডিপিপি-এ চৰকাৰ গঠন কৰাটো নিশ্চিত।

অৱশ্যে, ৰাজ্যকেইখনত শেষ হাঁহি কোনে মাৰিব তাৰ বাবে অহা ২ মাৰ্চলৈ অপেক্ষা কৰিব লাগিব। অহা ২ মাৰ্চত তিনিওখন ৰাজ্যৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd