• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইন্দোৰত ছন্দপতন ভাৰতৰ: সহজ জয়েৰে শৃংখলাত প্ৰত্যাৱৰ্তন অষ্ট্ৰেলিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2023 11:55 am
India vs Australia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্দোৰত ৰুদ্ধ হৈছে ভাৰতৰ জয়ৰ অশ্বমেধ গতি। প্ৰথম দুখন মেচত সহজ জয়েৰে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী পুনৰ জয়ৰ দিশত আগবঢ়া ঘৰুৱা দলটোক ইন্দোৰত থমকিবলৈ বাধ্য কৰা ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াই। স্পিনাৰৰ সহায়ক ইন্দোৰৰ টাৰ্ণিং উইকেটত অষ্ট্ৰেলিয়াৰ স্পিন আক্ৰমণৰ চোকত দিশহাৰা হৈ পৰা ভাৰতীয় দলে বান্ধি সহজ লক্ষ্য আজি তৃতীয় দিনাৰ প্ৰথম ভাগতে অনায়াসে অতিক্ৰম কৰে অষ্ট্ৰেলিয়াই।

কালি ভাৰতে অষ্ট্ৰেলিয়ান স্পিন তাৰকা নাথান লিয়নৰ স্পিন ঘূৰ্ণীত ধূলিস্যাত হৈ ১৬৩ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হোৱাৰ পিছত ভ্ৰমণকাৰী দলটোক জয়ৰ বাবে প্ৰয়োজন হৈছিল মাত্ৰ ৭৬ ৰানৰ। এনে পৰিস্থিতিত ভাৰতৰ পৰাজয় প্ৰায় নিশ্চিতেই হৈ পৰিছিল। এই নিশ্চিত পৰাজয়ৰ গৰাহৰ পৰা ভাৰতক উদ্ধাৰ কৰাৰ একমাত্ৰ পথ আছিল কোনো যাদুকৰী প্ৰভাৱ!

আৰু এই যাদুকৰী প্ৰভাৱ মূলত: কঢ়িয়াই অনাৰ আশা আছিল ভাৰতৰ তাৰকা স্পিনাৰদ্বয় অশ্বিন-জাদেজা। আজি দিনটোৰ খেল আৰম্ভণিৰ পাছত দ্বিতীয়টো বলতে অষ্ট্ৰেলিয়ান অপেনাৰ তথা প্ৰথম ইনিংছত অৰ্ধশতক অৰ্জনকাৰী খাৱাজাক পেভিলিয়নৰ পথ দেখুৱাই অশ্বিনে অৱশ্যে তেনে এক আশাৰেই সঞ্চাৰ কৰিছিল।

পিছে ভাৰতীয় দল তথা অনুৰাগীৰ এই আশা নিৰ্বাপিত কৰি ক্ৰীজত থিতাপি লৈ ৰয় আনগৰাকী অপেনাৰ ট্ৰেভিছ হেড আৰু বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানৰ বেটাৰ লাবুশ্বেন। ভাৰতীয় বলিং আক্ৰমণক হেলাৰঙে পৰাস্ত কৰি দুয়ো দলৰ আৰু কোনো হানি ঘটিবলৈ নিদিয়াকৈ অপৰাজিত ৭৮ ৰানৰ যুটি বান্ধি অষ্ট্ৰেলিয়াক শৃংখলাত প্ৰত্যাৱৰ্তন ঘটায়।

হেডে কিছু আক্ৰমণাত্মক শৈলীৰ বেটিঙেৰে ৫৩ বলত ৪৯ ৰানত অপৰাজিত থাকে। আনহাতে লাবুশ্বেনৰ বেটৰ পৰা আহে অপৰাজিত ২৮ ৰান। অৱশ্যে অষ্ট্ৰেলিয়াৰ জয়ৰ প্ৰধান নায়ক হিচাপে চিহ্নিত হয় অভিজ্ঞ স্পিনাৰ নাথান লিয়নহে। ভাৰতৰ বিৰুদ্ধে পূৰ্বৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি লিয়নে কালি ভাৰতৰ দ্বিতীয় ইনিংছত ধুমুহাৰ সৃষ্টি কৰিছিল।

লিয়নৰ স্পিন ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিছিল ভাৰতৰ বেটিং লাইন-আপ। ৬৪ ৰানৰ বিনিময়ত ৮ টাকৈ উইকেট দখলেৰে ভাৰতৰ ইনিংছ মাত্ৰ ১৬৩ ৰানতে বান্ধি ৰাখিছিল লিয়নে। ভাৰতৰ হৈ একমাত্ৰ যুঁজাৰুৰ ৰূপত অভিজ্ঞ পূজাৰাই খেলিছিল ৫৯ ৰানৰ এক প্ৰশংসনীয় ইনিংছ। আয়াৰে দ্বিতীয় সৰ্বাধিক ২৬ ৰান কৰাৰ বিপৰীতে অশ্বিনে ১৬ ৰানৰ অৱদান আগবঢ়াইছিল। ১৫ ৰানত অপৰাজিত আছিল অক্ষৰ পেটেল।

চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত নাথান লিয়নৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। আজিৰ জয়েৰে অষ্ট্ৰেলিয়াই শৃংখলাত প্ৰত্যাৱৰ্তন ঘটাই ব্যৱধান ২-১ লৈ হ্ৰাস কৰিছে। প্ৰথম দুখন টেষ্টত পৰাজয়ৰ ফলত দলটোৰ শৃংখলা জয়ৰ সুযোগ নাই যদিও অন্তিম টেষ্টত জয়েৰে শৃংখলাত সমতা স্থাপনৰ চেষ্টা চলাব টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানৰ দলটোৱে।

তদুপৰি এই জয়েৰে অষ্ট্ৰেলিয়াই ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো স্থান নিশ্চিত কৰে। ভাৰতে এই টেষ্টত জয়েৰে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান লাভৰ সম্ভাৱনা বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিছিল যদিও মূৰকত এই সুবিধা গ্ৰহণত ব্যৰ্থ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd