• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সঞ্জয় ৰাউটৰ বিস্ফোৰণ: তালিবান-আল কায়দাৰ দৰে কাম কৰিছে মোদী চৰকাৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2023 9:04 pm
Sanjay Raut On Raids Against Oppostion
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত্ৰাস ইছলামিক সন্ত্ৰাসবাদী সংগঠন আল কাইদা আৰু আফগানিস্তানৰ ক্ষমতা অধিগ্ৰহণ কৰা সন্ত্ৰাসবাদী সংগঠন তালিবানৰ দৰেই কাম কৰিছে মোদী চৰকাৰে! এই সন্ত্ৰাসবাদী সংগঠন দুটাই বিৰোধীৰ বিৰুদ্ধে অস্ত্ৰ চলোৱাৰ দৰেই মোদী চৰকাৰে বিৰোধী দলসমূহৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাসমূহৰ ৰূপত চলাইছে অস্ত্ৰ!

এই বিস্ফোৰক মন্তব্য কৰিছে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা সঞ্জয় ৰাউটে। সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাউট বিৰোধী দলৰ নেতাসকলৰ ওপৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অভিযানক লৈ মোদী চৰকাৰৰ সমালোচনাত সোচ্চাৰ হৈ পৰে।

Apply Now

তেওঁ কয় যে তালিবান আৰু আল কায়দাই নিজৰ বিৰোধীক নিৰ্মূল কৰিবলৈ যিদৰে হাতত অস্ত্ৰ লৈছে, একেদৰেই এই চৰকাৰে বিৰোধীক নিৰ্মূল কৰিবলৈ ইডি-চিবিআইৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে বিৰোধীৰ বিৰুদ্ধে ইডি-চিবিআইৰ অভিযান ব্যৱহাৰ কৰি বিৰোধীক আতংকিত কৰিছে সেয়া ফেচিবাদতকৈও অধিক ভয়াৱহ আৰু এয়া গণতান্ত্ৰিক নহয় বুলি মন্তব্য কৰে ৰাউটে।

সেইবাবেই দেওবাৰে মূল বিৰোধী দলৰ ৯ গৰাকী বিশিষ্ট নেতাই প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰি এই বিষয়টো তেওঁৰ সন্মুখত উপস্থাপন কৰিছে বুলি ৰাউটে লগতে কয়। অৱশ্যে এই সকলোবোৰৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদী ইতিমধ্যে অৱগত হোৱাৰ বাবে চিঠিখনৰ প্ৰয়োজন নাই বুলিও তেওঁ মন্তব্য কৰে।

তদুপৰি ৰাউটে এই সকলো কাৰ্য প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশতে সংঘটিত হৈছে বুলিও অভিযোগ কৰে।

উল্লেখ্য যে, দেওবাৰে আঠটা ৰাজনৈতিক দলৰ ৯ গৰাকী নেতাই আবকাৰী নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

এই পত্ৰত বিৰোধী নেতাসকলে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ দ্বাৰা ভাৰত এখন গণতন্ত্ৰৰ পৰা এক স্বৈৰাচাৰী শাসনলৈ পৰিৱৰ্তন হোৱাকে সূচায় বুলি অভিযোগ কৰিছিল।

বিৰোধী দলৰ নেতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বা গ্ৰেপ্তাৰ কৰাৰ সময় নিৰ্বাচনৰ সৈতে মিলি যোৱাৰ পৰাই এই পদক্ষেপ যে ৰাজনৈতিক ষড়যন্ত্ৰমূলক, সেয়া স্পষ্ট হৈ পৰিছে বুলি তেওঁলোকে পত্ৰখনত অভিযোগ কৰিছিল।

বিৰোধী নেতা ক্ৰমে কে চন্দ্ৰশেখৰ ৰাও, ফাৰুক আব্দুল্লা, মমতা বেনাৰ্জী, শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে, অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মান, তেজস্বী যাদৱ আৰু অখিলেশ যাদৱে এই পত্ৰখনত স্বাক্ষৰ কৰিছিল।

অৱশ্যে পত্ৰখনত কংগ্ৰেছ, জেডিএছ, জেডি (ইউ), চিপিএমৰ কোনো প্ৰতিনিধিৰ স্বাক্ষৰ নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd